ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ - Assam Flood 2024 - ASSAM FLOOD 2024

🎬 Watch Now: Feature Video

thumbnail
ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 12, 2024 at 10:41 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 12 জুলাই: ৰাজ্যত পুনৰ বানে কাঢ়িলে এটি শিশুৰ জীৱন ৷ পূৰ্বতকৈ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ অন্ত হোৱা নাই ৷ 

ঘৰৰ চোতালত আৱদ্ধ হৈ থকা পানীত বুৰ গৈ যোৰহাটৰ টীয়কত মৃত্যু ঘটিল এটি 9 মহীয়া শিশুৰ ৷ জিলাখনৰ 1 নং কাৱৈমাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণি অনুসৰি শুকুৰবাৰে টীয়কৰ কাৱৈমাৰী শ্ৰীমন্ত বনিয়াৰ 9 মহীয়া সন্তানটোৰ সৈতে মাকে ঘৰত শুই আছিল ৷ কিন্তু হঠাৎ মাকৰ কোলাৰ পৰা শিশুটি বাহিৰলৈ ওলাই আহি ঘৰৰ চোতালত আৱদ্ধ হৈ থকা পানীত ডুবি কৰুণভাবে মৃত্যুক আকোঁৱালি লয় । 

জানিব পৰা মতে, 9 মহীয়া শিশুটিক হাস্পতাললৈ লৈ যাবলৈও পৰিয়ালৰ লোকে এম্বুলেঞ্চ বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ যুৱতী সন্ধানহীন - GIRL GOES MISSING IN RIVER

সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

গা-ধুবলৈ গৈ অকাল মৃত্যু দুই সমনীয়া ৰোহিত আৰু ধীমানজ্যোতিৰ - Two minors died

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details