শিক্ষাৰ ক্ষেত্ৰত অধিক জোৰ দিছে এবছুৱে: দিনেশ ব্ৰহ্ম - দিনেশ ব্ৰহ্ম

🎬 Watch Now: Feature Video

thumbnail
বৰমা আঞ্চলিক এবছুৰ ৩৮ সংখ্যক বাৰ্ষিক অধিবেশন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : December 29, 2024 at 12:15 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা: "নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে বড়ো জাতিৰ উন্নতিৰ হকে কম কৰিছে আৰু অনাগত দিনটো কাম কৰি যাব । নিখিল বড়ো ছাত্ৰ সন্থাই অহা ছয় বছৰত বড়োসকল যাতে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰেই সংকল্প গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত অধিক জোৰ দিছে ।" বাক্সা জিলাৰ বৰমা আঞ্চলিক এবছুৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশনত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহঃসাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই মুখ্য অতিথিৰ ভাষণত প্ৰকাশ কৰে এই মন্তব্য ।

তেওঁ লগতে কয়, "যোৱা ১৫ আৰু ১৬ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত এবছু আৰু বড়ো সাহিত্য সভাই যুতীয়াভাৱে বড়ো সাহিত্যৰ প্ৰতিষ্ঠা দিৱস পালন কৰে । এই সভাতেই বড়োসকলৰ সংস্কৃতি প্ৰদৰ্শন কৰে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ট্ৰাইবেল উন্নয়ন মন্ত্ৰী জুৱেল ওৰাং উপস্থিত থাকি বড়ো জাতিৰ উন্নতিৰ এনে পদক্ষেপক শলাগ লয় । তেওঁ লগতে বড়োসকলৰ সাজ-পাৰ, খাদ্য-সম্ভাৰকে আদি কৰি যি ২১ বিধ সামগ্ৰীয়ে জি আই টেগ লাভ কৰিছে তাক লৈ ভাৰত চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থাই ধন্যবাদ দিছে বুলিও দোহাৰে ।

লগতে পঢ়ক: কৰেন্দ্ৰনাথ বসুমতাৰীলৈ মৰণোত্তৰভাৱে 'এটি যুগৰ যুঁজাৰু' উপাধি - Karendranath Bosumatary - KARENDRANATH BOSUMATARY

বিটিআৰ শান্তি চুক্তিৰ কেইবাটাও বিষয়ত ABSU ৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক - ABSU On Peace Accord implementation - ABSU ON PEACE ACCORD IMPLEMENTATION

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details