ETV Bharat / technology

বেংগালুৰুতো আৰম্ভ ভোডাফোন আইডিয়াৰ 5G সেৱা; 299 টকাৰ পৰা আৰম্ভ ৰিচাৰ্জ প্লেন - VI 5G SERVICES IN BENGALURU

আজিৰে পৰা বেংগালুৰুতো আৰম্ভ হ’ল 5G সেৱা ৷ VI 5G ৰ প্লেনবোৰৰ বিষয়ে বিতংকৈ জানো আহক ---

vi-officially-launches-5g-services-in-bengaluru-know-details-about-5g-plans
আজিৰে পৰা বেংগালুৰুতো আৰম্ভ ভোডাফোন আইডিয়াৰ 5G সেৱা (VI)
author img

By ETV Bharat Tech Team

Published : June 11, 2025 at 2:49 PM IST

4 Min Read

হায়দৰাবাদ: মঙলবাৰে ভোডাফোন আইডিয়াই বেংগালুৰুতো 5G সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰে । কোম্পানীটোৱে ঘোষণা কৰিছে যে বুধবাৰৰ পৰা বেংগালুৰুত ভোডাফোন-আইডিয়াৰ 5G নেটৱৰ্ক আৰম্ভ হ’ব । উল্লেখ্য যে, VI-এ মুম্বাইৰ পৰা ভাৰতত নিজৰ 5G নেটৱৰ্ক সেৱা আৰম্ভ কৰিছিল ।

ইয়াৰ পিছত পাটনা, চণ্ডীগড় আৰু দিল্লীতো 5G সেৱা আৰম্ভ কৰাৰ পাচত এতিয়া বেংগালুৰুত কোম্পানীটোৱে আৰম্ভ কৰিছে এই সেৱা । বেংগালুৰুত বাস কৰা VI 5G ব্যৱহাৰকাৰীসকলে 11 জুনৰ পৰা 5G সেৱা লাভ কৰিব পাৰিব । ভোডাফোন আইডিয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাইছে যে 11 জুনৰ পৰা বেংগালুৰুত 5G নেটৱৰ্ক মুকলি কৰা হ’ব ।

VI 5G গতি

উল্লেখ্য যে, কোম্পানীটোৱে নিজৰ 5G নেটৱৰ্ক সম্প্ৰসাৰণৰ বিষয়ে জনাইছিল যে চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত ভাৰতৰ 17 টা চক্ৰত 5G নেটৱৰ্ক মুকলি কৰিব । VI য়ে দিল্লীত 5G সেৱা পৰীক্ষা কৰিছিল আৰু সেই সময়ছোৱাত VI ব্যৱহাৰকাৰীয়ে বহু ক্ষেত্ৰত 75 MBPS ৰ পৰা 170 MBPS লৈকে ডাউনলোড স্পীড লাভ কৰিছিল । কিন্তু বিভিন্ন অঞ্চল অনুসৰি গতিৰ তাৰতম্য অব্যাহত আছিল বুলি জানিব পৰা গৈছিল । VI য়ে কয় যে মুম্বাইৰ 70 শতাংশ ব্যৱহাৰকাৰীয়ে ইতিমধ্যে VI ৰ 5G সেৱা ব্যৱহাৰ কৰি আছে আৰু প্ৰায় 20% ডাটা ট্ৰেফিক 5G নেটৱৰ্কত চলি আছে । VI এ আৰম্ভণি অফাৰ হিচাপে ইয়াৰ ব্যৱহাৰকাৰীসকলক 299 টকাত আনলিমিটেড 5G ডাটা আগবঢ়াইছে ।

VI 5G পোষ্টপেইড প্লেন

প্লেনৰ নামপ্লেনৰ মূল্যডাটাৰ সুবিধাঅন্যান্য সুবিধা
VI মেক্স 451451 টকা50 GB আৰু নিশাৰ ভাগত আনলিমিটেড ডাটা(12AM-6AM)আনলিমিটেড কলৰ সুবিধা, প্ৰতিমাহে 3000 SMS, ডাটা মুকলি ৷ ইয়াৰ ভিতৰত যিকোনো এটা ছাবস্ক্ৰীপশ্যন নিৰ্বাচন কৰক ৷
VI মেক্স 551551 টকা90 GB আৰু নিশাৰ ভাগত আনলিমিটেড ডাটা(12AM-6AM)আনলিমিটেড কলৰ সুবিধা, প্ৰতিমাহে 3000 SMS, ডাটা মুকলি ৷ ইয়াৰ ভিতৰত যিকোনো দুটা ছাবস্ক্ৰীপশ্যন নিৰ্বাচন কৰক ৷
VI মেক্স 751751 টকা150 GB আৰু নিশাৰ ভাগত আনলিমিটেড ডাটা(12AM-6AM)আনলিমিটেড কলৰ সুবিধা, প্ৰতিমাহে 3000 SMS, ডাটা মুকলি ৷ ইয়াৰ ভিতৰত যিকোনো তিনিটা ছাবস্ক্ৰীপশ্যন নিৰ্বাচন কৰক ৷
VI মেক্স 12011201 টকাআনলিমিটেড ডাটাআনলিমিটেড কলৰ সুবিধা, ফ্ৰী ইণ্টাৰনেশ্যনেল ৰোমিং পেক, 4x এয়াৰপোৰ্ট লাইঞ্জত প্ৰৱেশৰ সুবিধা ৷ ছাবস্ক্ৰীপশ্যন: ভি আই গেমছ, নেটফ্লিক্স বেচিক, এমাজন প্ৰাইম (6 মাহ), জিঅ’হটষ্টাৰ (মোবাইলৰ বাবে 1 বছৰ) আৰু বহু ৷

VI 5G প্ৰিপেইড প্লেন

প্লেনৰ নামদৈনিক ডাটাবৈধতাসুবিধা
299 টকাদৈনিক 1GB ডাটা 28 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা
349 টকাদৈনিক 1.5 GB ডাটা28 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G নাইট ডাটা (12 AM - 6 AM)
579 টকাদৈনিক 1.5 GB ডাটা56 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G নাইট ডাটা (12 AM - 6 AM)
859 টকাদৈনিক 1.5 GB ডাটা84 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G নাইট ডাটা (12 AM - 6 AM)
365 টকাদৈনিক 2 GB ডাটা28 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G আধা দিনৰ বাবে ডাটা (12 AM - 12 PM)
649 টকাদৈনিক 2 GB ডাটা56 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G আধা দিনৰ বাবে ডাটা (12 AM - 12 PM)
979 টকাদৈনিক 2 GB ডাটা84 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G আধা দিনৰ বাবে ডাটা (12 AM - 12 PM), ভি আই মুভিছ এণ্ড TV ছুপাৰ ছাবস্ক্ৰীপশ্যন
3599 টকাদৈনিক 2 GB ডাটা365 দিনআনলিমিটেড কলৰ সুবিধা, দৈনিক 100 SMS, আনলিমিটেড 5G ডাটা, সপ্তাহৰ অন্তত ডাটা মুকলি, আনলিমিটেড 4G আধা দিনৰ বাবে ডাটা (12 AM - 12 PM)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.