ETV Bharat / technology

5800 mAh বেটাৰীৰ সৈতে ভাৰতীয় বজাৰত মুকলি হ’ল OPPO A5 Pro 5G - OPPO A5 PRO LAUNCHED IN INDIA

ভাৰতীয় বজাৰত মুকলি হ’ল Oppo ৰ নতুন স্মাৰ্টফোন A5 Pro 5G । 5800 mAh বেটাৰীৰ সৈতে মুকলি কৰা হৈছে এই স্মাৰ্টফোনটো ৷

oppo-a5-pro-with-5800mah-battery-launched-in-india-check-price-features
5800 mAh বেটাৰীৰ সৈতে ভাৰতীয় বজাৰত মুকলি হ’ল OPPO A5 Pro 5G (Oppo India)
author img

By ETV Bharat Tech Team

Published : April 24, 2025 at 5:18 PM IST

2 Min Read

হায়দৰাবাদ: Oppo এ ভাৰতীয় বজাৰত মুকলি কৰিছে নতুন এটা বাজেট স্মাৰ্টফোন, যাৰ নাম OPPO A5 Pro 5G । বিগত বছৰৰ জুন মাহত মুকলি কৰা OPPO A3 Pro ৰ সফলতাৰ পিছত এই স্মাৰ্টফোনটো মুকলি কৰা হৈছে । শেহতীয়াকৈ মুকলি কৰা OPPO F29 ছিৰিজৰ দৰেই এই স্মাৰ্টফোনটোতো পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে IP69 ৰেটিং দিয়া হৈছে । ইয়াৰ ডিজাইন শ্লীম হোৱাৰ লগতে লঘু ৷ জানিব পৰা মতে, এই ফোনটোৰ ওজন মাত্ৰ 200 গ্ৰাম ।

OPPO A5 Pro 5G: মূল্য আৰু উপলব্ধতা

oppo-a5-pro-with-5800mah-battery-launched-in-india-check-price-features
5800 mAh বেটাৰীৰ সৈতে ভাৰতীয় বজাৰত মুকলি হ’ল OPPO A5 Pro 5G (Oppo India)
  • ভাৰতীয় বজাৰত এই স্মাৰ্টফোনটোৰ দাম 17,999 টকা ।
  • ই দুটা ৰঙৰ বিকল্পত উপলব্ধ, মোচা ব্ৰাউন (Mocha Brown) আৰু ফেদাৰ ব্লু শ্বেড (Feather Blue shades) ।
  • আগ্ৰহী গ্ৰাহকে এই স্মাৰ্টফোনটো অপ্প’ ইণ্ডিয়া ই-ষ্ট’ৰ, ফ্লিপকাৰ্ট, এমাজন আৰু প্ৰধান খুচুৰা বিপণীৰ পৰা ক্ৰয় কৰিব পাৰিব ।
  • এই ফোনৰ ক্ষেত্ৰত নিৰ্বাচিত একাংশ বেংক কাৰ্ডত 1500 টকাৰ তৎক্ষণাত ৰেহাই প্ৰদান কৰিছে Oppo-এ । ইয়াৰ উপৰিও 6 মাহৰ বাবে বিনামূলীয়া ইএমআইৰ সুবিধাও আছে ।
ভেৰিয়েণ্টমূল্য
8GB+128 GB17,999 টকা
8GB+256GB19,999 টকা

অপ্প’ A5 প্ৰ’ 5G ৰ বৈশিষ্ট্য

  • ডিছপ্লে’: HD ৰিজুপলিউশ্যনৰ সৈতে 6.67 ইঞ্চি IPS পেনেলৰ সৈতে উপলব্ধ হ’ব এই ফোনটো ৷ লগতে ফোনটোৰ ৰিফ্ৰেজ ৰেট 120Hz, 1000 নিটছ শীৰ্ষ উজ্জ্বলতা, গ্ল’ভ টাচ্চ, 7i সুৰক্ষাজনিত কৰ্ণিং গ্ৰাছ
  • প্ৰচেছৰ: মিডিয়াটেক ডাইমেনচিটি 6300 ছ'চি
  • মেমৰি: 8GB LPDDR4X ৰেম আৰু 256GB ষ্ট’ৰেজ
  • কেমেৰা: 50 MP মেইন কেমেৰা আৰু 2 MP মনোক্ৰ’ম কেমেৰা আছে । ছেলফিৰ বাবে 8MP কেমেৰা আছে । ইয়াৰ লগতে পিছফালে এল ই ডি ফ্লেছও আছে ।
  • ছফট্ ৱেৰ: এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি ColorOS 15 দ্বাৰা চালিত
  • বেটাৰী আৰু চাৰ্জিং: 5,800mAh বেটাৰী যিয়ে 45W SuperVOOC চাৰ্জিং সমৰ্থন কৰে ।
  • সুৰক্ষা বৈশিষ্ট্য: IP66 + IP68 + IP69 ৰেটিং, ক্ষতি প্ৰমাণ 360 ডিগ্ৰী সাজসজ্জিত শৰীৰৰ সৈতে আহে ।
  • AI বৈশিষ্ট্য: AI ইৰেজাৰ 2.0, লাইভ ফটো, AI প'ৰ্ট্ৰেইট ৰিটাচিং, AI প্ৰতিফলন ৰিমুভাৰ, AI ষ্টুডিঅ' ৷
  • অন্যান্য বৈশিষ্ট্যসমূহ: ডুৱেল ষ্টেৰিঅ’ স্পীকাৰ, কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ফেচ আনলক ইত্যাদি।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.