ETV Bharat / technology

5500 mAH বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Motorola edge 60 - MOTOROLA EDGE 60 LAUNCHED

24,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Motorola edge 60 ৷ এই নতুন ফোনটোৰ বিষয়ে বিতংকৈ জানো আহক ---

Motorola Edge 60 Launched In India: Check Specs, Colours, Price
5500 mAH বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Motorola edge 60 (Motorola)
author img

By ETV Bharat Tech Team

Published : June 10, 2025 at 2:02 PM IST

Updated : June 10, 2025 at 2:23 PM IST

3 Min Read

হায়দৰাবাদ: মটৰ’লাই ভাৰতত মুকলি কৰিলে আন এটা নতুন স্মাৰ্টফোন Motorola edge 60 ৷ কোম্পানীয়ে এই ফোনটো মটৰ’লা এডছ 60 প্ৰ’ আৰু 60 ফিউজন মুকলি কৰাৰ পাচত মুকলি কৰিছে ৷ এই ফোনটোৰ আৰম্ভণি মূল্য 24,999 টকা ৷ এই ফোনটোত 50MP কেমেৰা ছিষ্টেমৰ লগতে কাৰ্ভড 1.5k pOLED ডিছপ্লে দিয়া হৈছে ৷

ৰকেৱল এয়াই নহয়, এই ফোনটোত কৃত্ৰিম বুদ্ধিমত্তা সজুঁলিও উপলব্ধ ৷ এই ডিভাইচটোত উপলব্ধ প্ৰতিটো কেমেৰাত প্ৰদান কৰা হৈছে 4K ৰেকৰ্ডিং ৷ ইয়াৰ লগতে, এই ফোনটোত প্ৰদান কৰা হৈছে IP68/IP69 ৰেটিং ৷ এই স্মাৰ্টফোনটো ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে Motorola Edge 50 তকৈ অধিক উন্নত ইউজাৰ ইন্টাৰফেছ আগবঢ়াইছে ৷ ফোনটোৰ দাম, বৈশিষ্ট্য, ষ্ট’ৰেজ আদিৰ বিষয়ে বিতংকৈ জানো আহক ---

Motorola edge 60 ৰ বৈশিষ্ট্য

এই নতুন Motorola Edge 60 ত প্ৰদান কৰা হৈছে 120HZ ৰিফ্ৰেজ ৰেট আৰু শীৰ্ষ উজ্জ্বলতা 4500 নীটছ ৷ এই ডিভাইচটোত 6.7 ইঞ্চি কোৱাড কাৰ্ভড pOLED ডিছপ্লে আছে ৷ এই ফোনটোত 4nm মেডিয়াটেক ডাইমেনচিটীৰ সৈতে 7400 প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব ৷ এই ফোনটোত 12 GB LPDDR4X ৰেম আৰু 256GB UFS 2.2 ষ্ট’ৰেজ আছে ৷

Motorola edge 60 ৰ বেটাৰী আৰু চাৰ্জিং

Motorola Edge 60 Launched In India: Check Specs, Colours, Price
5500 mAH বেটাৰীৰ সৈতে ভাৰতত মুকলি হ’ল Motorola edge 60 (Motorola)

এই ফোনটোত আছে শক্তিশালী 5500 mAh বেটাৰী আৰু ই 68W চাৰ্জিং সমৰ্থিত ৷ এই ফোনটো এণ্ড্ৰ’ইড 15 ত মটৰ’লাৰ হেল্ল’ UI ৰ ওপত চলিব ৷ এই ডিভাইচটোত ব্যৱহাৰকাৰীয়ে ইমেজ ষ্টুডিঅ’, MIL-STD-810H ডিউৰেবিলিটী. গৰিলা গ্লাছ7i, IP68/IP69 ৰেটিং আৰু ডলবী এটম’ছ সমৰ্থনৰ লগতে বহু Moto ৰ কৃত্ৰিম বুদ্ধিমত্তা বৈশিষ্ট্য লাভ কৰিব ৷

Motorola edge 60 ৰ কেমেৰা বৈশিষ্ট্য

কেমেৰাৰ ক্ষেত্ৰতো ফোনটো যথেষ্ট আকৰ্ষণীয় দেখা গৈছে। ডিভাইচটোত অ’আইএছৰ সৈতে চ’নী LYTIA 700C লেন্সৰ সৈতে 50MP প্ৰাইমেৰী কেমেৰা, 50MP আল্ট্ৰা ৱাইড/মেক্ৰ’ আৰু 3x অপটিকেল জুমৰ সৈতে 10MP টেলিফ’টো কেমেৰা প্ৰদান কৰা হৈছে। চেলফি আৰু ভিডিঅ’ কলৰ বাবে ডিভাইচটোৰ সন্মুখত ৫০এমপিৰ ফ্ৰন্ট কেমেৰা আছে।

Motorola edge 60 ৰ দাম আৰু উপলব্ধতা

দামৰ কথা ক’বলৈ গ’লে Motorola edge 60 12জিবি ৰেম + 256 জিবি ষ্ট’ৰেজৰ সৈতে একক ভেৰিয়েণ্টত আহিছে যাৰ মূল্য 25,999 টকা । আনহাতে বেংকৰ অফাৰৰ সৈতে এই ফোনটোৰ মূল্য হৈ পৰিব মাত্ৰ 24,999 টকা । ইয়াৰ উপৰিও অহা 17 জুনৰ পৰা ফ্লিপকাৰ্ট, মটৰ’লা ডট ইন আৰু কোম্পানীটোৰ খুচুৰা বিপণীৰ পৰাও এই স্মাৰ্টফোনটো ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক

Last Updated : June 10, 2025 at 2:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.