ETV Bharat / technology

ভাৰতীয় বজাৰত মুকলি নতুন হিৰো ছুপাৰ স্প্লেণ্ডাৰ আৰু গ্লেমাৰ; দাম কিমান ?? - HERO MOTORCYCLES UPDATED FOR 2025

হিৰো মট’কৰ্পে নিজৰ দুখন মটৰ চাইকেল হিৰো ছুপাৰ স্প্লেণ্ডাৰ আৰু গ্লেমাৰক অ’বিডি-2বি নিৰ্গমনৰ নিয়মৰ অধীনত আপডেট কৰিছে ।

hero-glamour-and-super-splendor-xtec-updated-with-obd2b-launched-price-specifications-and-more
ভাৰতীয় বজাৰত মুকলি নতুন হিৰো ছুপাৰ স্প্লেণ্ডাৰ আৰু গ্লেমাৰ; দাম কিমান ?? (Hero Motocorp)
author img

By ETV Bharat Tech Team

Published : April 15, 2025 at 5:14 PM IST

3 Min Read

হায়দৰাবাদ: দেশৰ বৃহৎ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্পে 2025 বৰ্ষৰ বাবে অ’বিডি-2বি নিৰ্গমন নীতিৰ ভিত্তিত দুখন মটৰ চাইকেল হিৰো ছুপাৰ স্প্লেণ্ডাৰ আৰু গ্লেমাৰ আপডেট কৰিছে ।

হিৰো ছুপাৰ স্প্লেণ্ডাৰ এক্সটেকৰ বৈশিষ্ট্যসমূহ

হিৰো মট’কৰ্পে নিজৰ পৰ্টফলিঅ’ত থকা বাহনসমূহ অহৰহ আপডেট কৰি আছে যাতে অ’বিডি-২বি নৰ্মছ মানি চলিব পাৰে । ছুপাৰ স্প্লেণ্ডৰ এক্সটেকৰ বাবে এই আপডেট কোম্পানীটোৱে পেচন প্লাছ আৰু স্প্লেণ্ডৰ প্লাছ আপডেট কৰাৰ এসপ্তাহৰ পিছত আহিছে । আন বাইকৰ দৰেই এই পৰিৱৰ্তন নূন্যতম আৰু নিৰ্গমনৰ নিয়মত সীমাবদ্ধ ।

হিৰো ছুপাৰ স্প্লেণ্ডাৰ এক্সটেকৰ পাৱাৰট্ৰেইন

hero-glamour-and-super-splendor-xtec-updated-with-obd2b-launched-price-specifications-and-more
ভাৰতীয় বজাৰত মুকলি নতুন হিৰো ছুপাৰ স্প্লেণ্ডাৰ আৰু গ্লেমাৰ; দাম কিমান ?? (Hero Motocorp)

ইঞ্জিনৰ কথা ক’বলৈ গ’লে ছুপাৰ স্প্লেণ্ডাৰ এক্সটেকত ব্যৱহাৰ কৰা হৈছে OBD2B-কম্প্লাইয়েণ্ট, 124.7 চিচি এয়াৰ-কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিন । এই ইঞ্জিনে 10.7 bhp শক্তি আৰু 10.6 Nm সৰ্বোচ্চ টৰ্ক উৎপন্ন কৰে । এই ইঞ্জিনটো ৪ স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।

Super Splendor Xtec ষ্টেণ্ডাৰ্ড Super Splendor ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, কিন্তু ইয়াত অধিক বৈশিষ্ট্য আছে । এই মটৰ চাইকেলখনত এল ই ডি হেডলাইট আৰু ব্লুটুথ সংযোগৰ সৈতে সম্পূৰ্ণ ডিজিটেল স্পীড’মিটাৰ আছে । কোম্পানীটোৱে ইয়াক দুটা ভেৰিয়েন্টত বিক্ৰী কৰে - ড্ৰাম আৰু ডিস্ক, যাৰ মূল্য ক্ৰমে 88,128 টকা আৰু 90,0288 টকা (এক্স-শ্ব’ৰুম)। ইয়াৰ মূল্য বৃদ্ধি হৈছে 2000 টকা ।

OBD-2B আপডেটেড হিৰো গ্লেমাৰ

ভাৰতীয় বজাৰত মুকলি নতুন গ্লেমাৰ (Hero Motocorp)

পাৱাৰট্ৰেইনৰ কথা ক’বলৈ গ’লে হিৰো গ্লেমাৰৰ 124.7 চিচি, একক চিলিণ্ডাৰ, এয়াৰ কুলড ইঞ্জিনটো অ’বিডি-2 বিৰ ভিত্তিত আপডেট কৰা হৈছে । এই ইঞ্জিনে 10.4 bhp শক্তি আৰু সৰ্বোচ্চ 10.4 Nm টৰ্ক প্ৰদান কৰে । এই ইঞ্জিনটো 4 স্পীড গিয়াৰবক্সৰ সৈতে সংযোগ কৰা হৈছে ।

হিৰো গ্লেমাৰৰ ভিন্নতা আৰু মূল্য

কোম্পানীটোৱে এই মটৰ চাইকেলখন দুটা ভেৰিয়েন্টত বিক্ৰী কৰিছে - ড্ৰাম আৰু ডিস্ক । য’ত ইয়াৰ ড্ৰাম ভেৰিয়েণ্টৰ মূল্য 86,698 টকা আৰু ডিস্ক ভেৰিয়েণ্টৰ মূল্য 90,698 টকা (এক্স-শ্ব’ৰুম)। নিৰ্গমন সম্পৰ্কীয় আপডেটৰ লগতে হিৰোৱে এই ভেৰিয়েন্টসমূহৰ মূল্যও 2000 টকা বৃদ্ধি কৰিছে ।

কোম্পানীটোৱে হিৰো গ্লেমাৰক মুঠ চাৰিটা ৰঙৰ বিকল্পত মুকলি কৰিছে, য’ত ৰূপালী ৰঙৰ সৈতে ক’লা, ৰঙাৰ সৈতে ক’লা, নীলাৰ সৈতে ক’লা আদি ৰং উপলব্ধ । কিন্তু ৰঙা ৰঙৰ সৈতে ক’লা ৰঙৰ দুচকীয়াখন কেৱল ড্ৰামৰ ভিন্নতাৰ সৈতেহে উপলব্ধ ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.