ETV Bharat / technology

টাটা মৰ্টছে ভাৰতত মুকলি কৰিলে 2025 বৰ্ষৰ Tata Altroz - 2025 TATA ALTROZ LAUNCHED IN INDIA

6.89 লাখ টকা (এক্স-শ্ব’ৰুম) আৰম্ভণি মূল্যত টাটা মৰ্টছে ভাৰতত মুকলি কৰিছে 2025 Tata Altroz ৷ এই নতুন হেটচবেকখন বহু নতুন আৰু উন্নত বৈশিষ্ট্যযুক্ত ৷

2025-tata-altroz-launched-in-india-variant-wise-price-features-specifications
টাটা মৰ্টছে ভাৰতত মুকলি কৰিলে 2025 বৰ্ষৰ Tata Altroz (TATA Motors)
author img

By ETV Bharat Tech Team

Published : May 23, 2025 at 1:23 PM IST

5 Min Read

হায়দৰাবাদ: টাটা মটৰ্ছে ভাৰতত মুকলি কৰিছে টাটা আলট্ৰ’ছ ৷ নতুনকৈ মুকলি হোৱা এই হেটচবেকখন পাঁচটা ভেৰিয়েণ্টত মুকলি কৰা হৈছে - পিউৰ, স্মাৰ্ট, ক্ৰিয়েটিভ, এক’মপ্লিছড এছ আৰু এক’মপ্লিছড+ এছ ৷ এই গাড়ীখন তিনিটা ইঞ্জিনৰ সৈতে উপলব্ধ - পেট্ৰ’ল, ডিজেল আৰু চি এন জি ৷ এক’মপ্লিছড+ এছ ভেৰিয়েণ্ট কেৱল পেট্ৰ’ল ইঞ্জিনৰ DCA ট্ৰেন্সমিশ্যনৰ সৈতে উপলব্ধ ৷

ফেচলিফ্ট মডেল উল্লেখযোগ্য সুৰক্ষা বৈশিষ্ট্যৰ লগতে আকৰ্ষণীয় আভ্যন্তৰীণ আৰু বাহ্যিক ডিজাইনৰ সৈতে মুকলি কৰা হৈছে ৷ এই গাড়ীখনৰ অগ্ৰিম বুকিং আৰম্ভ হ’ব চলিত বৰ্ষৰ 2 জুনৰ পৰা ৷ উল্লেখ কৰা প্ৰয়োজন যে টাটা আল্ট্ৰ’জ ফেচলিফ্ট ভাৰতৰ একমাত্ৰ ডিজেল চালিত হেটচবেক ৷

টাটা আল্ট্ৰ’জ 2025: ভাৰতত দাম, প্ৰতিদ্বন্দী

2025-tata-altroz-launched-in-india-variant-wise-price-features-specifications
টাটা মৰ্টছে ভাৰতত মুকলি কৰিলে 2025 বৰ্ষৰ Tata Altroz (TATA Motors)

টাটা এলট্ৰ’ছ 2025 খনৰ স্মাৰ্ট ভেৰিয়েণ্টৰ বাবে মূল্য নিৰ্ধাৰণ কৰা হৈছে 6.89 লাখ টকা (এক্স-শ্ব’ৰুম) আৰু এক’মপ্লিছড এছ ডিজেৈল চালিত ভেৰিয়েণ্টৰ বাবে সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰা হৈছে 11.29 টকা (এক্স-শ্ব’ৰুম) ৷ অৱশ্যে এক’মপ্লিছড+ এছ ৰ দাম বৰ্তমানেও কোম্পানীয়ে প্ৰকাশ কৰা নাই ৷ এই গাড়ীখন পাঁচটা ৰঙত উপলব্ধ কৰা হৈছে - ডুন গ্ল’, এম্বাৰ গ্ল’, ৰয়েল ব্লু, পিউৰ গ্ৰে’ আৰু প্ৰিছটিন হুৱাইট ৷

ভাৰতত 2025 বৰ্ষৰ টাটা এলট্ৰ’ছ গাড়ীখনে হুণ্ডাই i20, মাৰুতি ছুজুকি বেলেন’ আৰু ট’য়’টা গ্লেনজাৰ সৈতে প্ৰতিযোগিতাত নামিব ৷

2025 Tata Altroz: ভেৰিয়েণ্ট অনুসৰি আৰম্ভণি মূল্য
ইঞ্জিন বিকল্প Trims
আধুনিকপিউৰক্ৰিয়েটিভএক’মপ্লিছড এছ
1.2L Revotron Petrol6.89 লাখ (এক্স-শ্ব’ৰুম)7.69 লাখ (এক্স-শ্ব’ৰুম)8.69 লাখ (এক্স-শ্ব’ৰুম)9.99 লাখ (এক্স-শ্ব’ৰুম)
1.2L iCNG7.89 লাখ (এক্স-শ্ব’ৰুম)8.79 লাখ(এক্স-শ্ব’ৰুম)9.79 লাখ (এক্স-শ্ব’ৰুম)11.09 লাখ (এক্স-শ্ব’ৰুম)
1.5L Revotorq Diesel-8.99 লাখ (এক্স-শ্ব’ৰুম)-11.29 লাখ (এক্স-শ্ব’ৰুম)

টাটা এলট্ৰ’ছ 2025: নতুনত্ব কি ?

আলট্ৰ’জ ফেচলিফ্টে ইয়াৰ মূল ডিজাইন অক্ষুণ্ম ৰাখিছে যদিও ইয়াত নতুন থ্ৰীডি ফ্ৰন্ট গ্ৰীল আৰু বাম্পাৰ আছে আৰু ইয়াত প্ৰিমিয়াম উপাদান যেনে এল ই ডি প্ৰজেক্টৰ হেডলেম্প, ফ্লাছ ড’ৰ হেণ্ডেল আৰু পিছফালে ইনফিনিটি এল ই ডি টেইল লেম্প আদি অন্তৰ্ভুক্ত কৰা হৈছে । গাড়ীখনৰ ইণ্টেৰিয়ৰ বেইজ ৰঙৰ, যিয়ে প্ৰিমিয়াম টাচ্চ দিয়ে । ইয়াৰ উপৰিও ইয়াত হাৰমানৰ দ্বাৰা চালিত 10.25 ইঞ্চিৰ ফ্লটিং ইনফ’টেইনমেণ্ট ডিছপ্লেৰ সৈতে 360 ডিগ্ৰী এইচডি চাৰউণ্ড ভিউ চিষ্টেম, 10.25 ইঞ্চিৰ এইচডি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ভইচ এচিষ্টেড ইলেক্ট্ৰিক ছানৰুফ, আৰু বেতাঁৰ স্মাৰ্টফোন চাৰ্জাৰ আছে । সুৰক্ষাৰ ক্ষেত্ৰত নতুন আলট্ৰ’জত ষ্টেণ্ডাৰ্ড হিচাপে 6 টা এয়াৰবেগ আছে ।

টাটা এলট্ৰ’ছ 2025: বৈশিষ্ট্য

2025 Tata Altroz: ভেৰিয়েণ্ট অনুসৰি বৈশিষ্ট্য
ভেৰিয়েণ্টবৈশিষ্ট্য
আধুনিক
  • 6 টা এয়াৰবেগ আৰু ESP
  • LED টেইল লেম্পছ
  • ফ্লাছ ডোৰ হেণ্ডলছ
  • স্মাৰ্ট ডিজিটেল ষ্টীয়াৰিং হুইল
  • প্ৰজেক্টৰ হেণ্ডলেম্পছ
  • 3D ফ্ৰণ্ট গ্ৰীল
  • গ্ৰেণ্ড এণ্ট্ৰী 90৹ খুলিব পৰা দুবাৰ
  • ভয়চ এচিচটেড ইলেকট্ৰিক ছানৰুফ (ঐচ্ছিক)
পিউৰ

(স্মাৰ্ট ভেৰিয়েন্ট বৈশিষ্ট্যৰ উপৰিও)

  • হাৰমনৰ 7 ইঞ্চি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট
  • অট’ফ’ল্ড ORVM
  • ক্লাইমা টাচ্ছ টেমপাৰাচাৰ কণ্ট্ৰ’ল
  • LED হেডলেম্পছ
  • ৰিয়াৰ ভিউ কেমেৰা
  • উচ্চতা নিয়ন্ত্ৰণ কৰিব পৰা চালকৰ আসন
  • ক্ৰুইজ কনট্ৰ’ল

ক্ৰিয়েটিভ

(পিউৰ ভেৰিয়েন্ট বৈশিষ্ট্যৰ উপৰিও)

  • 360 ডিগ্ৰী HD চাৰাউণ্ড ভিউ ছিষ্টেম
  • হাৰমনৰ আল্ট্ৰা ভিউ 10.25 ইঞ্চ টাচ্চস্ক্ৰীণ ইনফ’টেইনমেম্ট
  • লুমিনেট LED হেডলেম্পছ আৰুLED DRL
  • বুটামৰ জৰিয়তে ষ্টাৰ্ট-ষ্টপ
  • R16 হাইপাৰ ষ্টাইল ডুৱেল ট’ন হুইলচ
  • ৰিয়াৰ AC ভেণ্টছ
  • গেলেক্সী এমবিয়েণ্ট লাইট
এক’মপ্লিছড এছ

(ক্ৰিয়েটিভ ভেৰিয়েন্ট বৈশিষ্ট্যৰ উপৰিও)

  • ড্ৰেগ কাট R16 এলয় হুইল
  • 7 ইঞ্চিৰ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ
  • এল ই ডি ফগ লেম্প
  • ভইচ এচিষ্টেড ইলেক্ট্ৰিক ছানৰুফ
  • বেতাঁৰ স্মাৰ্ট ফোন চাৰ্জাৰ - Qi সমৰ্থন
  • ইনফিনিটি এল ই ডি সংযুক্ত টেইল লেম্প
  • ডুৱেল টোন ছাদ
এক’মপ্লিছড+ এছ

(এক’মপ্লিছড এছ ভেৰিয়েন্ট বৈশিষ্ট্যৰ উপৰিও)

  • iRA- গাড়ী প্ৰযুক্তি সংযোগী
  • আল্ট্ৰা ভিউ 10.25 ইঞ্চ HD ডিজিটেল ক্লাষ্টাৰ
  • ইনবিল্ট মেপ ভিউ
  • ইনবিল্ট ব্লাইণ্ড স্পট মনিটৰ
  • অডিঅ‘ৱৰক্স- কাষ্টমাইজেবল অডিঅ’ মোডছ
  • এয়াৰ পিউৰিফায়াৰ
  • SOS - কলিং ব্যৱস্থা (E-call/B-call)

নতুন হেচবেকখনে পূৰ্বৰ হেচবেকৰ দৰে একে ইঞ্জিন বিকল্প বজাই ৰাখিছে । পেট্ৰ’ল ভেৰিয়েণ্টত আছে 1.2 এল ৰেভট্ৰন, ইনলাইন 3 চিলিণ্ডাৰ, 4 ভালভ পেট্ৰ’ল ইঞ্জিন, যিয়ে 6000 আৰ পি এমত 86.79 বি এইচ পি আৰু 3250 আৰ পি এমত 115 এন এমৰ শীৰ্ষ টৰ্ক উৎপন্ন কৰে । ইয়াৰ সৈতে 5 স্পীড মেনুৱেল আৰু 6 স্পীড ডুৱেল ক্লাচ অটো (ডিচিএ) ট্ৰেন্সমিছন অপচন সংযুক্ত কৰা হৈছে ।

ডিজেল ভেৰিয়েন্টত আছে 1.5 এল ৰেভটৰ্ক, ইনলাইন 4 চিলিণ্ডাৰ, টাৰ্বোচাৰ্জড ডিজেল ইঞ্জিন, যিয়ে 4000 আৰ পি এমত 89 বি এইচ পিৰ শীৰ্ষ শক্তি উৎপাদন আৰু 3000 আৰ পি এমত 200 এন এমৰ শীৰ্ষ টৰ্ক উৎপন্ন কৰে । ইয়াত কেৱল 5 স্পীড মেনুৱেল ট্ৰেন্সমিছন আছে ।

ইফালে, চিএনজি ভেৰিয়েণ্টত 1.2এল, ইনলাইন 3 চিলিণ্ডাৰ, 4 ভালভ, ডিঅ’এইচচি আইচিএনজি ইঞ্জিন আছে, যিয়ে 6000 আৰপিএমত 72 বিএইচপিৰ শীৰ্ষ শক্তি উৎপাদন আৰু 3300 আৰপিএমত 103 এনএমৰ শীৰ্ষ টৰ্ক উৎপন্ন কৰে । ইয়াত মাত্ৰ 5 স্পীড মেনুৱেল ট্ৰেন্সমিছন বিকল্প আছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.