ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? ৰাশিফল চাওক...

Daily Horoscope for 2nd February 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 2, 2025 at 6:28 AM IST

2 Min Read
  1. মেষ ৰাশি : শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালক সময় দিয়ক ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ বুদ্ধিমতাৰে কাম কৰিলে সফল হ’ব ৷
  2. বৃষ ৰাশি : গণেশৰ কৃপাত এটা ভাগ্যশালি দিন ৷ মন ভালে থাকিব ৷ ধনৰ দিশো সবল ৷ ব্যৱসায়ত নতুন কাম আৰু চাকৰিত পদোন্নতিৰ যোগ ৷ ব্যৱসায়ত লাভ ৷ ৰাতিৰ আহাৰ ভাল হ’ব ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
  3. মিথুন ৰাশি : জীৱনত ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷ দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ কিছু সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  4. কৰ্কট ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ পৰচৰ্চা নকৰিব ৷ শিল্পী প্ৰতিভাৰ ব্যৱহাৰ কৰক ৷
  5. সিংহ ৰাশি : কৰ্ম জীৱনত প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ সহজতে নকৰিব আৰু পৰিশ্ৰম কৰক ৷
  6. কন্যা ৰাশি : সামাজিক জীৱনত জনপ্ৰিয়তা বৃদ্ধি ৷ কষ্টৰ ফল লাভ ৷ বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ গড়ী কিনাৰ যোগ ৷ প্ৰিয়জনৰ লগত সৰু বাদ-বিবাদ হ’ব পাৰে ৷ ব্যৱসায়ত লাভ ৷
  7. তুলা ৰাশি : নিজৰ কর্ম মুকলি মনেৰে আৰু ভালদৰে কৰক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ দিনটো আনন্দময় ৷ সন্তানৰ যত্ন লওক ৷
  8. বৃশ্চিক ৰাশি : দিনটো প্ৰায় ভাল ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  9. ধনু ৰাশি : দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷
  10. মকৰ ৰাশি : দিনটো প্ৰায় ভাল ৷ কিছু চিন্তাধাৰা সৈতে যুঁজিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  11. কুম্ভ ৰাশি : নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল পাব ৷ গ্ৰহৰ স্থান ভাল ৷
  12. মীন ৰাশি : মানসিক আৰু আৱেগীক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুঃচিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.