কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Published : October 14, 2025 at 4:36 AM IST
মেষ ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
বৃষ ৰাশি : আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
মিথুন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷
কৰ্কট ৰাশি : আপোনাৰ জীৱনত ভাল লাভ হʼব ৷ প্ৰায় ভাল দিন হʼব ৷
সিংহ ৰাশি : সক্ৰিয় অনুভৱ হʼব ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিবা ৷ দিনটো প্ৰায় সফল হʼব ৷ আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
কন্যা ৰাশি : আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ আপোনাৰ স্থিতি সফল হʼব ৷ কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ আপোনাৰ সক্ৰিয় অনুভৱ হʼব, প্ৰশংসা লাভ হʼব ৷ সন্ধিয়া আপুনি প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
তুলা ৰাশি : মানসিক হতাশা হʼব পাৰে ৷ লʼৰা-ছোৱালীৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে, হতাশা হʼব ৷
বৃশ্চিক ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত সম্পর্ক মনোযোগ দিব ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
ধনু ৰাশি : সক্ৰিয় অনুভৱ হʼব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আপুনি আজি ইভেন্ট হেণ্ডেলাৰ হʼব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
মকৰ ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত বন্ধুবৰ্গ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷
কুম্ভ ৰাশি : নিজৰ ব্যৱসায় আৰু কার্য-কর্মত মনোযোগ দিব ৷ সফল হʼব ৷
মীন ৰাশি : প্রিয় দিন হʼব ৷ শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷

