ETV Bharat / state

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল… - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 9th June 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 6:15 AM IST

3 Min Read
  • মেষ ৰাশি : লক্ষ্যত সফল । মহিলাৰ ভাগ্য ভাল । কিয়নো আজি বিপদাৰ আশংকা নাই । আবেলিটো প্ৰায় ভাল হʼব ।
  • বৃষ ৰাশি : দিনটো ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক । বন্ধুৰ লগত চিনেমা চাবলৈ যাবলৈ পাৰে । পিকনিকলৈ যাব পাৰে । আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।
  • মিথুন ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব । প্ৰশংসা লাভ । জীৱনত ভাল বন্ধু লাভ । পৰিয়ালৰ লগত সম্পর্ক ভাল । কর্মত জীৱন বিপদত নপৰে ।
  • কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে । আবেলি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । জীৱনত ভাল বন্ধু লাভ । প্ৰেমৰ সম্পর্ক ভাল । পৰিয়ালৰ বাবে সহায় পাব ।
  • সিংহ ৰাশি : খৰচ বৃদ্ধি । পইচা জমা কৰক । নতুন কার্য-ব্যৱসায় আৰম্ভ নকৰিব । ভাগ্য ভাল । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধু-বৰ্গৰ লগত আনন্দৰে সময় কটাব ।
  • কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ; দিনটো শান্তিৰে পাৰ হৈ যাবলৈ দিয়ক । প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়াল কেন্দ্ৰিক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়াৰ সময়খিনি কটাওক ।
  • তুলা ৰাশি : সন্তুলিত আৰু মনোযোগী হ'ব । পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক; অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা পাৰ্থক্যক দূৰ কৰিবলৈ চেষ্টা কৰিব । কামত অহং ভাব আহিবলৈ নিদিব ।
  • বৃশ্চিক ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব । টকা-পইচা নিশ্চিত হʼব । দৰমহা ভাল । ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ।অধিক ধন উপাৰ্জন কৰিব পাৰিব ।
  • ধনু ৰাশি : আশীৰ্বাদৰ বৃষ্টি হ'ব । দিনটো লাভজনক । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা । অত্যাধিক ব্যয় নকৰিব । মানুহৰ লগত শান্ত আৰু ধৈৰ্যশীল হৈ আচাৰ-ব্যৱহাৰ কৰিব । আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক হওক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।
  • মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল । নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে । কঠোৰ পৰিশ্ৰমৰ ফল লাভ । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । কর্মত শান্ত থাকক ।
  • কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অবলম্বন কৰিব লাগিব । কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক । মধ্যাহ্নৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ আপোনাৰ পক্ষত থাকিব । ঘৰুৱা পৰিৱেশো ভাল । প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ'ব পাৰে । ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ।
  • মীন ৰাশি : কর্ম ব্যৱসায়ত অধিক ব্যস্ত হʼব । নিৰুৎসাহিত হৈ পৰিব পাৰে । কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ । বন্ধুৰ লগত পার্টী হʼব পাৰে । প্ৰেমত শুভ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.