জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানক দিনটোৰ ৰাশিফলত…
আজি কি কি কৰিব আৰু কি কি নকৰিব, সেয়া আমাৰ ৰাশিফলৰ জৰিয়তে জানক ৷

Published : August 9, 2025 at 4:47 AM IST
মেষ ৰাশি : আপোনাৰ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ ৷প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
বৃষ ৰাশি : পৰিয়াল, প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপুনি নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ কর্মত বাহিৰলৈ সৰু যাত্রা হʼব পাৰে ৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷ আপুনি নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷ পৰিয়ালৰ লগত পার্টিত নহয় ।
মিথুন ৰাশি : কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকক । আপুনি যদি সকলো ভাল বুলি ভাবে, তেতিয়া সকলো আপোনাৰ কাৰণে ভালেই হ’ব । ইতিবাচক হৈ থাকক, নহ’লে নেতিবাচক মনোভাৱ, আৰ্থিক কষ্ট আৰু আপুনি ভোগ কৰা আটাইবোৰ সমস্যাই আপোনাক ভুল পথত লৈ যাব । যাৰ ফলত আপুনি শেষত গৈ ধৈৰ্য হেৰাই মূৰ গৰম কৰি পেলাব পাৰে । শান্ত হৈ থাকক আৰু নিৰাশাবাদীসকলৰ পৰা দূৰত থাকক । সকলো প্ৰকাৰ উদ্বেগ আৰু নেতিবাচক মনোভাৱ দূৰ কৰিবলৈ আপুনি ধ্যান আৰু প্ৰাৰ্থনা কৰিবই লাগিব । আপোনাৰ যদি পূৰ্বনিৰ্ধাৰিত কোনো চিকিৎসা কৰাবলগীয়া থাকে, তেতিয়া হ’লে তাৰ দিন পিছুৱাই দিয়ক আৰু এৰ’বিক ক্লাছৰ পৰা ছুটী লওঁক ।
কৰ্কট ৰাশি : বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷ আনন্দময় হʼব ৷ ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব পৰিয়ালৰ লগত ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷
সিংহ ৰাশি : আপুনি আজি আমন্ত্রিত পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
কন্যা ৰাশি : অকস্মাৎ ব্যয় আৰু হজম সম্বন্ধীয় সামান্য অসুস্থতাৰ যোগ আছে । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক । তীব্ৰ আলোচনাৰ সৃষ্টি হ’ব পৰা পৰিস্থিতি এৰাই চলক, কাৰণ এই আলোচনাৰ পৰাই তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব । পঢ়ুৱৈসকলৰ কাৰণে আৰু যিসকলে বৌদ্ধিক কৰ্মকাণ্ডৰ সৈতে যুক্ত তেওঁলোকৰ কাৰণে আজিৰ দিনটো লেহেমীয়া আৰু আমনিদায়ক হ’ব । ধৈৰ্য ধৰি থাকক, সকলো দিন সমান নাযায় । আজি গোটেই দিন আপুনি যি উদ্বেগৰ মাজেৰে যাব সেয়া দূৰ হৈ যাব অকস্মাৎ কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনক লগ পোৱাত । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো অনুকূল নহয় ।
তুলা ৰাশি : ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ কন্যা-শিশুৰ সফলতাৰ বাবে আনন্দময় দিন হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
বৃশ্চিক ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । আপোনাৰ আনন্দপূৰ্ণ মনোভাৱে সকলো দিশত প্ৰভাৱ পেলাব, সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব । যিসকল বন্ধুৰ সৈতে আজিকালি সাক্ষাৎ নহয়, তেওঁলোকক লগ ধৰিবলৈ আপুনি মনৰ পৰা প্ৰয়াস পাব । তেওঁলোকক লগ ধৰিলে আপোনাৰ জাগতিক লাভহে হ’ব, কিয়নো তেওঁলোকৰ সৈতে আপুনি হয়তো নতুন কোনো উদ্যোগ আৰম্ভ কৰি দিব পাৰে । আজিৰ সময়টো বৰ ভাল, কিয়নো আজি আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতা পাব । গ্ৰহৰ অৱস্থানে কয় যে, সৰু-সুৰা সুখকৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ।
ধনু ৰাশি : আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জন থাকিবলৈ বিচাৰিব । আপোনাৰ শান্ত বা মধুৰ বাক্যই শুনোতাসকলৰ পৰা উৎসাহিত হʼব ৷ আজি ধ্যান বা যোগ কৰা প্ৰয়োজন ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
মকৰ ৰাশি : আজিৰ দিনটো প্ৰাৰ্থনা কৰি আৰম্ভ কৰিলে আপোনাৰ ভাল লাগি থাকিব । আজি আপুনি কোনো ধৰ্মীয় আচাৰ পালন কৰিব পাৰে । আপোনাৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ সকলো ক্ষেত্ৰত প্ৰবলভাৱে পৰিব । আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব । আজিৰ অনুকূল পৰিস্থিতিৰ সুযোগ লৈ আপুনি নিজৰ কামবোৰ সফলভাৱে সম্পন্ন কৰিব পাৰিব । আজি আপুনি মানসিকভাৱে আৰামত থাকিব ।
কুম্ভ ৰাশি : আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে । আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।
মীন ৰাশি : নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷হানিকাৰক আলোচনাই জীৱনত প্ৰভাৱ পেলাব পাৰে ৷

