মেঘ ৰাশি : আজিৰ দিনটো কিছু কঠিন হʼব । এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব । অধিক শৰীৰচৰ্চা কৰাৰ প্ৰয়োজন নাই । শাৰীৰিক অৱস্থা ভাল নহয় । বিশ্ৰামৰ প্ৰয়োজন ।
বৃষ ৰাশি : দিনটো মধ্যমীয়া । খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ।
মিথুন ৰাশি : দিনটো কিছু কঠিন হʼব । হতাশা নহʼব । কঠোৰ পৰিশ্ৰমৰ ফল লাভ । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব । ব্যৱসায় বৃদ্ধিত লাভ হʼব । কৰ্ম জীৱনত অশান্তি হʼব পাৰে ।
কৰ্কট ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব । যুক্তিৰে সকলো বিবেচনা কৰিব । দিনটো খেলিমেলি হʼব পাৰে ।
সিংহ ৰাশি : আজি নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে । শান্ত হৈ কর্ম কৰক । দিনটো কিছু খেলিমেলি হʼব পাৰে ।
কন্যা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । দিনটো প্ৰায় ভাল হʼব । আজি আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব । পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে । খং-ৰাগ নিয়ন্ত্ৰণ কৰক ।
তুলা ৰাশি : দিনটো শুভ । চিন্তাধাৰাবোৰ ভাল হʼব । জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ ।
বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব । কর্মত ব্যস্ত থাকিব । ইয়াৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব । কৰ্ম-ব্যৱসায়ত সফলতা লাভ । ৰোগ-পীড়া হ’ব পাৰে । স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ।
ধনু ৰাশি : দিনটো মধ্যমীয়া । ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে । ইয়াৰ প্ৰভাব ব্যক্তিগত জীৱনত পৰিব । কৰ্ম জীৱনত ভাল লাভ ।
মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । পৰিয়ালত ঔষধৰ নামত খৰচ বৃদ্ধি হʼব পাৰে । ৰোগ-পীড়া হ’ব পাৰে । যোগ-অনুশীলন কৰক । বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক । সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লোৱা উচিত । প্ৰশংসা লাভ । আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ । সতৰ্কতা অৱলম্বন কৰা উচিত । খৰচ বৃদ্ধি ।
মীন ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰামৰ্শ নল’ব । শান্ত হৈ কর্ম কৰক । খং-ৰাগ নিয়ন্ত্ৰণ কৰক ।