- মেষ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব । সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ।প্ৰেমৰ সম্পর্ক ভাল । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব । ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ।
- বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি প্ৰায় ভাল হʼব । নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । খং-ৰাগ নিয়ন্ত্রণ কৰক । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ।
- মিথুন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব । মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব । নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব । আজি প্ৰেমৰ সম্পর্ক ভাল হʼব ।
- কৰ্কট ৰাশি : দিনটো কঠিন হʼব । খেলিমেলি হʼব পাৰে । এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ।
- সিংহ ৰাশি : কামত সফলতা । ভাতৃ-ভগ্নী আৰু বন্ধুৰ লগত সম্বন্ধ উন্নত । বনভোজ বা সৰু ভ্ৰমণত যাব পাৰে ৷ শৰীৰ আৰু ধনৰ দিশ লাভজনক ৷ নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে ।
- কন্যা ৰাশি : এটা ভাগ্য শালি দিন ৷ পাৰিবাৰিক সমস্যা দূৰ হ'ব । ধনৰ দিশ উন্নত হ'ব ৷ বেয়া চিন্তা পৰা মনক আঁতৰাই ৰাখক । প্ৰিয়জনক বা বন্ধুক লগ কৰক, ভাল লাগিব ৷
- তুলা ৰাশি : নিজৰ প্ৰতিভা আৰু শিল্পৰ গুণাগুণ ব্যৱহাৰ কৰিব । কলাৰ প্ৰতি প্ৰেম হʼব । ভাগ্য প্ৰায় ভাল ।
- বৃশ্চিক ৰাশি : প্ৰায় সফল হʼব । কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ ।
- ধনু ৰাশি : আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব । গ্ৰহ-নক্ষত্ৰ, ঈশ্বৰৰ মহিমা ভাল । ভাগ্য ভাল । কর্ম ব্যৱসায়ত ভাল । লক্ষ্যত সফল । পৰিয়ালৰ লগত সম্পর্ক ভাল । প্ৰেমৰ সম্পর্ক ভাল ।
- মকৰ ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব ! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ ।
- কুম্ভ ৰাশি : প্ৰতিচ্ছবিৰ দিন । চিন্তাধাৰাবোৰ ভাল হʼব । জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ ।
- মীন ৰাশি : জীৱনত ভাল বন্ধু লাভ । লক্ষ্যত সফল হʼব । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ভাল, কাৰ দুৱাৰডলিত ৰৈ আছে সফলতা...পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)

Published : June 8, 2025 at 6:15 AM IST
2 Min Read