- মেষ ৰাশি : নতুন ব্যৱসায়ৰ বাবে অনুসন্ধান কৰিব পাৰে । প্ৰেম সম্পর্ক ভাল নহয় ।পৰিয়ালৰ লগত সম্পর্ক ভাল । সৰু যাত্রা বা মন্দিৰ ভ্রমণৰ যোগ ।
- বৃষ ৰাশি : নিজৰ ব্যৱসায় মনোযোগ দিয়ক । কৰ্ম-ব্যৱসায়ত সফলতা লাভ । কৰ্মত অধিক ব্যস্ত হʼব পাৰে । খৰচ বৃদ্ধি । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধু-বৰ্গৰ লগত সম্পৰ্ক ভাল ।
- মিথুন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে । পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক । নহলে বেমাৰ হʼব পাৰে ।
- কৰ্কট ৰাশি : পুৰণি বন্ধুৰ লগত পার্টী হʼব পাৰে । প্ৰেমৰ সম্পর্ক ভাল । দিন ভাল, সফলতা লাভ । বাধ-বিঘিনিবোৰ আঁতৰ হʼব । কঠোৰ পৰিশ্ৰমৰ ফল লাভ ।
- সিংহ ৰাশি : দিনটো কঠিন দিন হʼব । খৰচ বৃদ্ধি । পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ।শিক্ষার্থীয়ে অধ্যয়নত মনোযোগ দিয়ক । শান্ত হৈ কৰ্ম কৰক । স্বাস্থ্যৰ যতন লওক ।
- কন্যা ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক । আবেলি প্ৰায় ভাল হʼব । ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ।
- তুলা ৰাশি : পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক । দিনটো মধ্যমীয়া ।
- বৃশ্চিক ৰাশি : নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ।
- ধনু ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে । মানসিক হতাশা হʼব পাৰে ।এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ।
- মকৰ ৰাশি : যুক্তিৰে সকলো চিন্তা কৰিব । লক্ষ্যত সফল । প্ৰেমৰ সম্পর্ক ভাল । নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ।
- কুম্ভ ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব । আজি বিপদাশংকা নাই । সৰু যাত্রা হʼব পাৰে । সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব পাৰে ।
- মীন ৰাশি : আজি ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । আজি আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ ফলত বহুত লাভ হʼব ।
কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ভাল, কাৰ দুৱাৰডলিত ৰৈ আছে সফলতা...জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE
কিছু জাতক-জাতিকাৰ বাবে দিনটো অত্যন্ত শুভ ৷ দুৱাৰডলিত ৰৈ আছে সফলতা ৷ জানো আহক কি কয় আজিৰ আপোনাৰ ৰাশিফলে...

ৰাশিফল (ETV Bharat)

Published : April 8, 2025 at 6:00 AM IST
2 Min Read