কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল… (ETV Bharat)

Published : July 7, 2025 at 5:31 AM IST
- মেষ ৰাশি : কঠিন কাৰ্যও সহজতে কৰিব পাৰিব ৷ সফল হ’ব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্য কৰি আনন্দ লাভ কৰিব ৷ দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
- বৃষ ৰাশি : আনন্দৰে আৰু সুস্থিৰে ড্ৰাইভ কৰিব ৷ দিনটো প্ৰায় ভাল ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ।আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ শান্ত বা মধুৰ বাক্যই আপোনাক উৎসাহিত কৰিব ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷
- মিথুন ৰাশি : নতুন দায়ীত্ব বহন কৰিব ৷ নতুন অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ভালপোৱা বা প্ৰেমৰ সম্পর্ক ভাল ৷
- কৰ্কট ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ সক্ৰিয় অনুভৱ হʼব ৷ কার্য-ব্যৱসায়ত ইমান ভাল নহ’বও পাৰে ৷ কিন্তু হতাশা নহ’ব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
- সিংহ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷
- কন্যা ৰাশি : নতুন ব্যৱসায় আৰম্ভ কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ব্যৱসায়ীসকলৰ কৰ্ম জীৱন ভাল ৷
- তুলা ৰাশি : খেলিমেলি হ’ব পাৰে ৷ গতিকে ধৈৰ্য ধৰক আৰু ভগবানৰ ওপৰত বিশ্বাস ৰাখক ৷ মানুহৰ লগত ভাল ব্যৱহাৰ কৰক ৷ কোনো বিশেষ সিদ্ধান্ত এতিয়াই গ্ৰহণ নকৰিব ৷ নতুন একো এতিয়াই আৰম্ভ নকৰাই মংগল ৷ ভ্ৰমণ বাতিল কৰক ৷ ভালপোৱা ব্যক্তিজনৰ লগত বাদবিবাদত লিপ্ত নোহোৱাই ভাল ৷
- বৃশ্চিক ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
- ধনু ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
- মকৰ ৰাশি : দিনটো প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়া আৰু সংযোগত সফল হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷
- কুম্ভ ৰাশি : বিয়াৰ সংযোগত সফল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো সক্ৰিয় অনুভৱ হ’ব ৷
- মীন ৰাশি : আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দুৰ্ভাগ্যৰ হʼব পাৰে, গ্ৰহৰ স্থান ভাল নহয় ৷ মিশ্রিত খেলিমেলি হ’ব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷

