ETV Bharat / state

একাধিক ৰাশিৰ বাবে শুভ আজিৰ দিনটো… কোনে কৰিব পাৰিব বিদেশ ভ্ৰমণ… জানক দিনটোৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 6th September 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 6, 2025 at 5:01 AM IST

3 Min Read
Choose ETV Bharat
  • মেষ ৰাশি : দিনটো ভাল ৷ সক্ৰিয় অনুভৱ হ’ব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ অৱশ্যে কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
  • বৃষ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কার্য জীৱনত পৰিব ৷ হানিকাৰক আলোচনা কৰাৰ পৰা বিৰত থাকক ৷ পৰচৰ্চা নকৰিব ৷
  • মিথুন ৰাশি : বিয়াৰ সংযোগত সফল লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিত সকলৰ ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷
  • কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে; ই অতি শক্তিশালী বান্ধোন হৈ পৰাৰ সম্ভাৱনা আছে । বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দ উপভোগ কৰক । চিনেমা বা খেলৰ দৰে কোনো বিনোদন কাৰ্য কৰক, যিয়ে আপোনাক আনন্দ দিব ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন নহয় । দুৰ্ঘটনা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷ সাৱধানতাৰে গাড়ী চলাওক ।
  • সিংহ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ প্ৰভাৱ কার্য জীৱনত পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷
  • কন্যা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল পাব ৷ বন্ধুৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ পার্টী হʼব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  • তুলা ৰাশি : দিনটো বহুত ভাল ৷ লাভদায়ক দিন ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰিব ৷
  • বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ । আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
  • ধনু ৰাশি : বিয়াৰ সংযোগত সফলতা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতসকলৰ বাবে ভাল দিন ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
  • মকৰ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল হ’ব ৷
  • কুম্ভ ৰাশি : দিনটো ভাল ৷ সফলতা লাভ ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ দিনটো নিজৰ প্ৰেমৰ লগত কটাব ৷
  • মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আবেলি প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷