ETV Bharat / state

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল… - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily horoscope for 6th June 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 7:51 AM IST

3 Min Read
  • মেষ ৰাশি : শুভবাৰ্তা লাভ কৰিব । লক্ষ্যত প্ৰায় সফল । বহুতো ব্যক্তি লগত সংযোগ হʼব । জীৱনত ভাল বন্ধু লাভ । প্ৰেমৰ সম্পর্কত কিছু মনোযোগ দিব । প্ৰশংসা লাভ ।
  • বৃষ ৰাশি : দিনটো ভাল, সফল লাভ । কৰ্ম-ব্যৱসায়ত সফল । আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিপদ বিঘিনিবোৰ আঁতৰ হʼব । কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ হʼব । ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব । প্ৰশংসা লাভ । কৰ্ম জীৱনত ভাল বন্ধু লাভ ।
  • মিথুন ৰাশি : আজি আৱেগীক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব । তৰ্ক-বিতৰ্ক হʼব পাৰে । শান্ত হৈ থাকক । লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । সন্ধিয়াটো আপুনি নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।
  • কৰ্কট ৰাশি : আজি আপোনাৰ টকা-পইচা অনিশ্চিত হʼব পাৰে । খৰচ বৃদ্ধি । কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ।
  • সিংহ ৰাশি : দিনটো কঠিন হʼব । খেলিমেলি হʼব পাৰে । এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ।
  • কন্যা ৰাশি : ইফালে-সিফালে আজি অ-আমন্ত্রিত পৰামর্শ পাব, কিন্তু পৰামর্শবোৰ ভাল হʼব । নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল । প্ৰেমত শুভ ।
  • তুলা ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে । সন্ধিয়া সৰু যাত্রা হʼব পাৰে । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । আজি কোনো লাভ বা ক্ষতি নাই ।
  • বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব । পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল । কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ ।
  • ধনু ৰাশি : নতুন গ্রাহক লাভ হʼব । কঠোৰ পৰিশ্ৰমৰ ফল লাভ । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । হতাশা নহʼব, পুনৰ চেষ্টা কৰিব ।
  • মকৰ ৰাশি : প্রিয় দিন হʼব । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়া আপুনি নিজৰ প্ৰেমৰ লগত কটাব । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ।
  • কুম্ভ ৰাশি : খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে । শান্ত হৈ কর্ম কৰিব । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ।
  • মীন ৰাশি : দিনটো পৰিয়ালৰ লগত কটাত । প্ৰেমৰ সম্পর্ক ভাল । প্রিয় দিন হʼব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.