জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানক দিনটোৰ ৰাশিফলত…
আজি কি কি কৰিব আৰু কি কি নকৰিব, সেই বিষয়ে জানো আহক আমাৰ ৰাশিফলৰ জৰিয়তে...

Published : August 4, 2025 at 4:47 AM IST
মেষ ৰাশি : কঠোৰ কাৰ্য সহজতে কৰি সফল হ'ব । বহুতো ব্যক্তি লগত সংযোগ হʼব । দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ।
বৃষ ৰাশি : ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব । দিনটো ভাল । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব । শান্ত হৈ কৰ্ম কৰক । খং-ৰাগৰ পৰা আঁতৰি থাকক । পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ।
মিথুন ৰাশি : নতুন দায়ীত্ব বহন কৰিব । নতুন অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব । কাৰ্য কৰি ভাগৰি পৰিব ।
কৰ্কট ৰাশি : নতুন অধ্যয়ন প্ৰতি সক্ৰিয় হৈ উঠিব । কার্য্য-ব্যৱসায়ত বাধা । কিন্তু হতাশ নহ'ব । কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ।
সিংহ ৰাশি : যুক্তিৰে আৰু ভালদৰে চিন্তা কৰিহে সকলো সিদ্ধান্ত ল'ব । খেলিমেলি হʼব পাৰে । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।
কন্যা ৰাশি : নতুন ব্যৱসায় কৰাত অৱলম্বন কৰা উচিত । ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল । এলেহুৱা হৈ পৰিব পাৰে, গা ধোৱা আগত মালিচ কৰক, সক্ৰিয় অনুভৱ কৰিব । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ।
তুলা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল । ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব । সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।
বৃশ্চিক ৰাশি : নিজৰ মনৰ শুনিব । প্ৰেম সম্পর্কত মনোযোগ দিব । চৰকাৰী প্ৰকল্পত সফল । নতুন ব্যৱসায় কৰিব পাৰে । পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ।
ধনু ৰাশি : খং নিয়ন্ত্ৰণ কৰক । অন্যথা কোনো সমস্যাত পৰিব পাৰে । স্বাস্থ্যৰো অৱনতি হোৱাৰ সম্ভাৱনা ।
মকৰ ৰাশি : আজি প্ৰায় ভাল । কর্মত কঠোৰ পৰিশ্ৰমৰ হোৱাৰ সম্ভাৱনা । প্ৰশংসা লাভ । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব । বিয়াৰ সংযোগত সফলতা লাভ । বিবাহিত জীৱন আনন্দময় হʼব ।
কুম্ভ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বিপদৰ আশংকা নাই । পৰিয়ালৰ লগত সম্পর্ক ভাল । প্ৰেমৰ সম্পর্ক ভাল ।
মীন ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । দুৰ্ভাগ্য হʼব পাৰে, গ্ৰহৰ স্থান ভাল নহয় । সতৰ্কতা অৱলম্বন কৰা উচিত ।

