ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো... - DAILY HOROSCOPE

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানো আহক আজিৰ দিনটোৰ ৰাশিফল...

Daily horoscope for 31st January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 31, 2025 at 9:15 AM IST

3 Min Read
  1. মেষ ৰাশি : দিনটো লাভদায়ক আৰু ঘটনাবহুল । চ’চিয়েল নেটৱাৰ্কিঙক লৈ ব্যস্ত হৈ থাকিব । ব্যৱসায়ত সফল ৷ বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতনসকলৰ পৰা সাহায্য পাব ৷ বিদেশত স্থায়ীভাৱে বসবাস কৰা সন্তানৰ পৰা ভাল খবৰ পাব পাৰে । অকস্মাৎ সৌভাগ্যৰ উদয় হ’ব । সুখকৰ ভ্ৰমণৰ যোগ ৷
  2. বৃষ ৰাশি : চাকৰি কৰা সকলে কামৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব ৷ নতুন ক্ষেত্ৰত ভাল কাম প্ৰদৰ্শন কৰিব ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ পদোন্নতিৰ যোগ ৷ বৈবাহিক জীৱন আনন্দময় ৷ চৰকাৰীৰ কামত সফল ৷
  3. মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ মনলৈ এলেহুৱা ভাব আহিব পাৰে ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ দিনটো মিশ্ৰিত খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  4. কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ প্ৰশংসা লাভ ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ত সফল হʼব ৷
  5. সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰশংসা লাভ ৷
  6. কন্যা ৰাশি : নিজৰ কর্ম ভালদৰে কৰক ৷ সকলোৰে লগত দিনটো ভালে যাব ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে দিনটো ভাল ৷
  7. তুলা ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ পছন্দৰ কামে আপোনাক আনন্দিত কৰি তুলিব ৷ ভাল বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷
  8. বৃশ্চিক ৰাশি : দিনটো কিছু কঠিন ৷ মানসিক অশান্তি হ’ব পাৰে ৷ শাৰীৰিকভাৱে অসুস্থ থাকিব । ধীৰ-স্থিৰ হৈ থাকক । বন্ধু আৰু আত্মীয়-স্বজন লগত বিবাদ হ’ব পাৰে ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷
  9. ধনু ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম ব্যস্ততাৰ প্ৰভাব ব্যক্তিগত জীৱনত পৰিব ৷
  10. মকৰ ৰাশি : দিনটো মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷
  11. কুম্ভ ৰাশি : দিনটো প্ৰায় ভাল ৷ সকলো কথা যুক্তিৰে চিন্তা কৰিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
  12. মীন ৰাশি : দিনটো ভাল ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.