ETV Bharat / state

বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 31st August 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 5:31 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দময় হʼব ৷
  2. বৃষ ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ আনন্দময় হʼব ৷
  3. মিথুন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ শান্ত হৈ কর্ম কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ আজি নাৰীৰ বাবে সৌভাগ্য উদয় হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভ হʼব ৷
  4. কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু ভালদৰে চিন্তা কৰি সকলো বিচাৰ বিবেচনা কৰিব ৷ অন্যথা বিপদ হ’ব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  5. সিংহ ৰাশি : অলপ সাৱধান হৈ থাকক । ভাবি চিন্তি যিকোনো কাম কৰিব ৷ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হৈ যাব পাৰে । কাগজ পত্ৰৰ কাম আৰু পানীৰ ক্ষেত্ৰত সতৰ্ক থাকক ।
  6. কন্যা ৰাশি : শৰীৰ আৰু মন দুয়োটা যিমান সম্ভৱ সুস্থ কৰি ৰাখক ৷ আজি কাম-কাজ ভালকৈ কৰিব পাৰিব ৷ নিজৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব পাৰিব । আধ্যাত্মিকতাত আপোনাৰ জ্ঞানৰ স্বীকৃতি পাব ।
  7. তুলা ৰাশি : কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ আবেলি প্ৰায় ভাল হʼব ৷
  8. বৃশ্চিক ৰাশি : শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব ৷ ঘৰুৱা পৰিৱেশ ভাল ৷ পুৰণি বন্ধুক লগ পাব পাৰে ৷ কোনো ছুটীৰ পৰিকল্পনা কৰিব পাৰে ।
  9. ধনু ৰাশি : আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ৷
  10. মকৰ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
  11. কুম্ভ ৰাশি : কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ পৰৰ বিচাৰ নকৰিব ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  12. মীন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷