ETV Bharat / state

কোন ৰাশিৰ জাতক-জাতিকাৰ আছে ভ্ৰমণৰ যোগ, কাৰ হ’ব ব্যয় বৃদ্ধি, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল

শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল ৷

12 ASTROLOGICAL SIGNS
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 5:30 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : দিনটো ৰসহীন আৰু আকৰ্ষণহীন হৈ থাকিব । সৰু সুৰা অসুস্থতাই আমনি দিব পাৰে, ফলত এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ৷
  2. বৃষ ৰাশি : দিনটো অত্যন্ত ভাল ৷ মানসিক স্থিৰতা আৰু প্ৰবল ইচ্ছাশক্তিৰ বলত দিনটো ভালে যাব ৷ পিতৃৰ পৰা লাভ আৰু উপকাৰ পাব । পিতৃৰ সৈতে মনৰ কথা পাতি ভাল লাগিব ৷ খেল আৰু খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ।
  3. মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  4. কৰ্কট ৰাশি : এক নতুন আৰু সক্ৰিয় দিন ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷
  5. সিংহ ৰাশি : নিৰ্ণয় লোৱাত কঠিন হʼব ৷ শান্ত হৈ কর্ম কৰক ৷ খেলিমেলি হʼব পাৰ ৷
  6. কন্যা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷ আৱেগীক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ শান্ত হৈ কৰ্ম কৰক ৷
  7. তুলা ৰাশি : চিন্তাধাৰাবোৰ ভাল ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  8. বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  9. ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  10. মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধৰ নামত খৰচ বৃদ্ধি ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  11. কুম্ভ ৰাশি : পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
  12. মীন ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব৷