ETV Bharat / state

শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 30, 2025 at 4:13 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল সফলতা পাব । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । আপোনাৰ প্ৰায় ভাল হʼব । খৰচ বৃদ্ধি হʼব পাৰে । আজি আপুনি নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব । আপোনাৰ আজি ভাগ-বতৰা কৰিব ইচ্ছা হʼব । প্ৰেমৰ সম্পর্ক ভাল হ’ব ।

বৃষ ৰাশি : আজি আপোনাৰ নতুন সক্ৰিয়তা অনুভৱ হʼব । আজিৰ দিনটো আপোনাৰ আনন্দ লাগিব । প্ৰত্যাহ্বানৰ সম্মুখীন হʼব । গ্ৰহ-নক্ষত্ৰবোৰৰ আৰু ঈশ্বৰৰ মহিমা ভাল । ভাগ্য ভাল । কর্ম ব্যৱসায়ত ভাল লক্ষ্য সফল হʼব ।

মিথুন ৰাশি : আপুনি আপোনাৰ দৰেই থাকক ৷ যিহেতু আপুনি বৰ বেছি সংবেদনশীল সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মনলৈ অহা নতুন আদৰ্শ আপুনি কৌশলতাৰে হাতত ল'ব পাৰে ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ অলপ মিশ্ৰ ধৰণৰ হʼব ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো ৰ্নিদিষ্ট বিষয়ত মানসিকভাবে দিগদাৰ পাই থাকিব ৷

কৰ্কট ৰাশি : আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব । যুৱক-যুৱতীসকলৰ ভাল দিন হʼব । আনন্দময় হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । আপোনাৰ প্ৰায় ভাল আৰু আনন্দময় দিন হʼব । বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব । আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।

সিংহ ৰাশি : আপোনাৰ কঠিন দিন হʼব পাৰে । আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে । হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

কন্যা ৰাশি : দিনটো কন্যাসকলৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি ভবা আৰু কৰা সকলো কামৰ উচিত ফল আজি আপুনি লাভ কৰিব ৷ যিয়ে আপোনাক সূখী আৰু আপুনি আনক সূখী কৰিব পাৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যায় আৰু আপোনাৰ কষ্টৰ বাবে আপুনি পুৰস্কৃত হʼব ৷ ব্যৱসায় বৃদ্ধি হʼব আৰু শৰীৰ ভাল থাকিব ৷ দুৰৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হʼব ৷ ভ্ৰমণ লাভদায়ক হʼব আৰু বিবাহৰ যোগ আছে ৷ সংগীৰ লগত সম্পৰ্ক উন্নত হʼব ৷

তুলা ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । আপোনাৰ খেলিমেলি হʼব পাৰে ।কৰ্ম্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । আজি কোনো লাভ বা ক্ষতি নাই । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ।বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । আপোনাৰ প্ৰায় ভাল হʼব ।

বৃশ্চিক ৰাশি : জীৱনত প্ৰভাৱ পৰিব, অধ্যয়নৰ আৰু কাৰ্যভাৰ হʼব । কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । আপোনাৰ প্ৰায় ভাল হʼব । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব । ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

ধনু ৰাশি : নতুন গ্রাহক লাভ হʼব । হতাশ নহʼব, পুনৰ চেষ্টা কৰিব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব । ধৈৰ্যশীল হওক লাভবান হ’ব । হতাশ নহʼব, পুনৰ চেষ্টা কৰিব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব । ধৈৰ্যশীল হওক লাভবান হ’ব । আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে । কর্ম শান্ত হৈ থাকি কৰিব ।

মকৰ ৰাশি : বিয়া আৰু সংযোগত সফলতা লাভ হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব । সক্ৰিয় দিন । আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । আপোনাৰ খেলিমেলি হʼব পাৰে । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ।

কুম্ভ ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব । কর্মত ব্যস্ত থকাৰ ভাল ফল পাব । আপুনি আপোনাৰ পছন্দ কার্য-ব্যৱসায় যোগদান দিব । কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ।

মীন ৰাশি : আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে । দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব । প্রিয় দিন হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব । নিজৰ ওপৰত আশ্বাস ভাৰসা নিশ্চয়তা লক্ষ্য সফল হয় । কর্ম প্রতিযোগিতা কৰিব পাৰে, কিন্তু বিফল হʼব । আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব ।