ETV Bharat / state

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 2nd June 2025
দিনটোৰ ৰাশিফল… (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 6:01 AM IST

3 Min Read
Choose ETV Bharat
  • মেঘ ৰাশি : আজি প্ৰায় ভাল হʼব । কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব । প্ৰশংসা লাভ । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ।
  • বৃষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব । লক্ষ্যত প্ৰায় সফল । কৰ্ম জীৱনত ভাল পদোন্নতি হʼব । নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ।
  • মিথুন ৰাশি : দিনটো প্ৰায় ভাল হʼব । চকুৰ অসুখ হোৱাৰ সম্ভাৱনান । স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ।বিপদাশংকা হʼব পাৰে, সতৰ্কতা অৱলম্বন কৰা উচিত । পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ।
  • কৰ্কট ৰাশি : জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব । সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । পুৰণি ঘৰটো ন গৃহলৈ পৰিণত কৰিব পাৰিব ।
  • সিংহ ৰাশি : বিশ্বাসী দিন হʼব । বিপদাশংকা নহয়, দিন প্ৰায় ভাল সফল হʼব । কার্য-ব্যৱসায়ত সতৰ্ক হৈ থকাটো ভাল । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব । পছন্দ কার্য কৰিব পাৰে । সতৰ্কতা অৱলম্বন কৰা উচিত ।
  • কন্যা ৰাশি : আপোনাৰ খং-ৰাগ কাৰণত সম্পর্কত প্ৰভাৱ পৰিব পাৰেল । শান্ত হৈ কর্ম কৰক । মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে । পৰিয়ালৰ লগত,বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব ।
  • তুলা ৰাশি : দিন ভাল হʼব । ব্যৱসায়ত সফল লাভ হʼব । কার্য জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । পৰিয়ালৰ লগত আৰু প্ৰেম সম্পর্ক ভাল হʼব । কার্য জীৱনত ভাল পদোন্নতি হʼব, নাম আৰু সুনাম হʼব ।
  • বৃশ্চিক ৰাশি : যুক্তিৰে সকলো কথা চিন্তাচৰ্চা কৰিব । তথাপিও এলেহুৱা-নিৰুৎসাহিত নহʼব । এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব । বিবাহিতসকলৰ বাবে এইটো দিন ভাল । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ।
  • ধনু ৰাশি : শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্দিগ্নতা শৰীৰিক অসুস্থাতা হোৱাৰ সম্ভাৱন । ব্যৱসায়ত খেলিমেলিৰ সৃষ্টি হʼব । প্ৰতিযোগিতা আৰু দন্দৰ পৰা আঁতৰি থাকক ৷
  • মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । পৰিয়ালৰ ঔষধ কিনা নামত খৰচ বৃদ্ধি হʼব পাৰে । ৰোগ-পীড়া হ’ব পাৰে । যোগ-অনুশীলন কৰা ভাল । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  • কুম্ভ ৰাশি : প্ৰেম সম্পর্কত ভাল । দিনটো ভাল । লক্ষ্যত সফল । প্ৰশংসা লাভ । বজাৰ কৰিবলৈ যাব পাৰে ।
  • মীন ৰাশি : স্বাস্থ্য ভাল, ভাই-ভন্টীৰ লগত প্ৰেমৰ সম্পর্ক ভাল হ’ব । কার্য জীৱনত ভাল বন্ধু লাভ । খং-ৰাগ নিয়ন্ত্ৰণ কৰক । শান্ত হৈ কর্ম কৰক ।