ETV Bharat / state

ভালপোৱা, প্ৰেমৰ সম্পর্ক আজি কেনে হ'ব, কোন ৰাশিৰ লোকৰ বাবে আহিব বিদেশৰ পৰা খবৰ...জানো আহক আজিৰ ৰাশিফলত

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 29th May 2025
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 7:11 AM IST

3 Min Read
Choose ETV Bharat
  • মেষ ৰাশি : আজি প্ৰায় ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷
  • বৃষ ৰাশি : কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও কামত মনোযোগ দিব সফল হʼব ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷
  • মিথুন ৰাশি : কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ৷
  • কৰ্কট ৰাশি : আৱেগৰ দ্বাৰা প্ৰভাৱিত হ'ব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  • সিংহ ৰাশি : নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ ব্যৱসায়ত লাভ ৷
  • কন্যা ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  • তুলা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । প্ৰেমত শুভ ৷ আনন্দিত ফল লাভ ৷ শান্ত হৈ কৰ্ম কৰক ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  • বৃশ্চিক ৰাশি : দিনটো প্ৰায় ভাল, আনন্দময় হʼব ৷ কিন্তু সকলো কথা চিন্তা কৰিহে কৰিব ৷ অন্যথা বিপদত পৰিব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
  • ধনু ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ যোগ-অনুশীলন কৰাৰ ইচ্ছা হʼব পাৰে ৷
  • মকৰ ৰাশি : ইফালে-সিফালে আজি অআমন্ত্রিত পৰামর্শ পাব ৷ পৰামর্শবোৰ ভাল হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  • কুম্ভ ৰাশি : আজি শিক্ষার্থীৰ অধ্যয়নৰ বাবে ভাল ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ আবেলি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  • মীন ৰাশি : খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । কর্মত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ৷