মেষ ৰাশি : আজি আপোনাৰ মিশ্রিত খেলিমেলি হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ আপুনি সফল হʼব ৷
বৃষ ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ৷
মিথুন ৰাশি : আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷
কৰ্কট ৰাশি : ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷ প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷
সিংহ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ প্ৰত্যেক মানুহে তেওঁৰ পৰিশ্ৰমৰ সুখভোগ কৰে ৷ প্ৰশংসা লাভ কৰিব ৷
কন্যা ৰাশি : আজি আপোনাৰ কর্মত আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ বিদেশী ব্যৱসায়ৰ ইচ্ছা হʼব পাৰে ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷
তুলা ৰাশি : আজি আপুনি প্ৰায় সফল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ কৰ্ম জীৱনত এক ভাল বন্ধুত্ব লাভ হʼব ৷ কৰ্ম জীৱন ভাল আৰু বন্ধুত্বপূৰ্ণ হʼব ৷ আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান হ'ব পাৰে ৷ পদোন্নতি হʼব পাৰে ৷
বৃশ্চিক ৰাশি : ভাৰতীয় ধৰ্মত কয় যিয়েই নহওক কিয় সদায় ভাল কর্ম কৰিব ৷ ইয়াৰ চূড়ান্ত ফলাফল নিভাঁজ হʼব ৷ আপুনি নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ ব্যৱসায়ত ধৈৰ্য নেহেৰুৱাব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷
ধনু ৰাশি : আপোনাৰ ইফাল-সিফালৰ পৰা আজি পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব ৷ আপুনি পৰামর্শ মতে নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব ৷ আপুনি নিজৰ মতে চাব আপুনি সফল হʼব ৷
মকৰ ৰাশি : সকলো দিন একে নহয় ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
কুম্ভ ৰাশি : আজি আপোনাৰ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷
মীন ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিব, লক্ষ্যত সফল হʼবলৈ কি কি বাধা পাৰ কৰিবলগীয়া হৈছিল ? আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷