ETV Bharat / state

মেষ ৰাশিৰ কম সময়ত অধিক ধন উপাৰ্জন, মকৰ ৰাশিয়ে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ...আৰু জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
দৈনিক ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 4:41 AM IST

4 Min Read

মেষ ৰাশি : আজি আপুনি সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

বৃষ ৰাশি : আজি বিয়া আৰু সংযোগত সফল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিবাহিত আৰু অবিবাহিতৰ বাবে দিন ভাল ৷ আজি মন ৰোমাঞ্চকৰ হৈ পৰিব ৷ নতুন ব্যৱসায়ৰ বিচাৰ হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

মিথুন ৰাশি : আজি আপুনি বহুতো আবেগিক হৈ পৰিব পাৰে ৷ আপোনাৰ জীৱনত ভাল সফলতা লাভ হʼব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ প্ৰায় ভাল দিন হʼব ৷

কৰ্কট ৰাশি : আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

সিংহ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব, সাজ-পোছাক কিনিব ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প লোৱা উচিত ৷ খৰচ সাৱধানে কৰিব ৷ নতুন কার্য-ব্যৱসায়ত নিশ্চিতি নহ’ব ৷

কন্যা ৰাশি : শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে ৷ আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ আবেলি কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ সতৰ্কতা অৱলম্বন কৰক৷ খৰচ বৃদ্ধি হʼব পাৰে ৷

তুলা ৰাশি : এটা প্ৰায় ভাল দিন ৷ অফিচৰ পাৰ্টিত আপোনাৰ সুন্দৰ সাজপাৰে সকলোকে মোহিত কৰিব ৷ কৰ্মক্ষেত্ৰত অথবা প্ৰিয়জনৰ পৰা ভাল খবৰ পাব পাৰে ৷ প্ৰতিদ্বন্দ্বীৰ লগত জয়ী হ’ব ৷

বৃশ্চিক ৰাশি : ভাল শৰীৰ, পৰিয়ালৰ লগত সুন্দৰ সময় আৰু বৃহৎ ধন লাভ এই সকলোৰ বাহিৰে আৰু কি লাগে, গণেশৰ আৰ্শীবাদত এই সকলো আপোনাৰ হাতত ৷ পৰিয়ালৰ লগত আনন্দপূৰ্ণ মূহুত্ব উপভোগ কৰিব পাৰিব আৰু সহকৰ্মীৰ লগত সহযোগিতাৰে কাম কৰাৰ সময় ৷ বেছি কষ্ট নকৰাকে ফল লাভ কৰিব ৷ আক্ৰমণাত্মক ভাব আঁতৰ কৰক, আপোনাৰ কথাই নভবাকে বিপদ মাতি আনিব ৷ অযথা খৰচৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

ধনু ৰাশি : আজি বহুত লাভ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷

মকৰ ৰাশি : বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷ কোনো পৰ্যটন ক্ষেত্ৰত সুন্দৰ সময় কটাবলৈ যাব পাৰে, নহ’লে সুন্দৰ এটা দিন প্ৰিয়জনৰ লগত ঘৰতে থাকিব পাৰে ৷ কাৰ্যালয়ৰ বাবে মাটি কিনিবলৈ পৰিকল্পনা কৰক, নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথাও চিন্তা কৰিব পাৰে ৷ প্ৰতিদ্বন্দ্বীৰ লগত জয়ী হ’ব ৷ ৷পৰিক্ষাৰ্থীসকলৰ বাবে ভাল সময় ৷ শৰীৰ ভালে থাকিব ৷

কুম্ভ ৰাশি : সৰু-সুৰা দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ আৰম্ভ হʼব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

মীন ৰাশি : অধ্যয়ন আৰু কাৰ্যভাৰ হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.