ETV Bharat / state

কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ভাল, কাৰ গ্ৰহৰ স্থান একেবাৰে বেয়া, কাৰ বাবে ৰৈ আছে সফলতা... জানক আজিৰ ৰাশিফলত - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 25th May 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 6:01 AM IST

2 Min Read
  • মেষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে ৷ নিৰুৎসাহিত নহ’ব ৷
  • বৃষ ৰাশি : খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰক ৷ বহুতো ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ আজি নতুন পৰিকল্পনা নকৰিব ৷
  • মিথুন ৰাশি : সফলতা অনুসন্ধান কৰক ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক ৷ নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷
  • কৰ্কট ৰাশি : নতুন দায়ীত্ব বহন কৰিব ৷ নতুন বিষয় অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
  • সিংহ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক, ই সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ প্ৰেমৰ সম্পর্কক মনোযোগ দিব ৷
  • কন্যা ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ নিজৰ মনৰ কথা শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নতুন ব্যৱসায় কৰিব পাৰে, সফল হʼব ৷
  • তুলা ৰাশি : যদি আপুনি কিছু টকা ভৱিষ্যতৰ বাবে বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব। লʼৰা-ছোৱালীৰ সাফলতাই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ দৰমহা ভাল হʼব ৷
  • বৃশ্চিক ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ নপৰিব ৷ খং-ৰাগে জীৱনত প্ৰভাৱান্বিত কৰিব ৷ সতৰ্ক আৰু সাৱধানে থাকক ৷
  • ধনু ৰাশি : দিনটো আশা আৰু আনন্দৰ দিন হʼব ৷ পুৰণি কৰ্ম পৰা সফল হʼব ৷ পুৰণি বিবাদবোৰ অন্ত পৰিব ৷
  • মকৰ ৰাশি : অধ্যয়নৰ আৰু কাৰ্যভাৰ বৃদ্ধি হʼব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
  • কুম্ভ ৰাশি : নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সাৱধানে কার্য কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷
  • মীন ৰাশি : আজি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্মত ইয়াৰ প্ৰভাৱ পৰিব ৷ দুৰ্ভাগ্য হʼব পাৰে, গ্ৰহৰ স্থান ভাল নহয় ৷ মিশ্রিত খেলিমেলি হৈ পৰিব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.