কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?


Published : July 25, 2025 at 4:32 AM IST
|Updated : July 25, 2025 at 4:56 AM IST
মেষ ৰাশি : আজি বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল হʼব । দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব । প্রিয় দিন হʼব । প্ৰেমৰ সম্পর্ক ভাল হʼব ।
বৃষ ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব । আপোনাৰ ব্যৱসায় আৰু বন্ধুবৰ্গ, কার্য-ব্যৱসায়ত সফলতা লাভ হʼব । প্ৰশংসা লাভ হʼব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ।
মিথুন ৰাশি : আপুনি আজি আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব । পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে । আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে । শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব । আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।
কৰ্কট ৰাশি : আজি আপুনি বহুতো আবেগিক হৈ পৰিব পাৰে । আপোনাৰ জীৱনত ভাল সফলতা লাভ হʼব । প্ৰায় ভাল দিন হʼব । মনোৰঞ্জনত খৰচ বৃদ্ধি হʼব পাৰে ।
সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব । কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে । কৰ্ম-ব্যৱসায়ত সফল হʼব । আপুনি প্ৰায় সফল হʼব ২-৩ দিনত ।
কন্যা ৰাশি : বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । আপোনাৰ প্ৰায় ভাল হʼব । আপুনি আপোনাৰ নিজৰ ব্যৱসায় আৰু প্ৰেম সম্পর্কত মনোযোগ দিব । সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।
তুলা ৰাশি : আজি আপুনি যুগল স্থিতি সম্মুখীন হʼব । দুঃচিন্তাৰ কাৰণ হʼব পাৰে । মানসিক অশান্তি হতাশা হʼব পাৰে । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ।
বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । সপ্তাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হʼব ।
ধনু ৰাশি : দিনটো ভাল সফল হʼব । আপুনি সক্ৰিয় অনুভৱ কৰিব । আপোনাৰ পৰিশ্ৰমৰ ভাল লক্ষ্য সফল হʼব । দিনটো আপোনাৰ গ্ৰহ ভাল হয় । প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাত সফল হʼব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ।
মকৰ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । প্ৰেমৰ সম্পর্ক মনোযোগ দিব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব । আপোনাৰ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব ।
কুম্ভ ৰাশি : সক্ৰিয় দিন হʼব । মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে; তথাপিও আপুনি প্ৰায় সফল হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্কত মনোযোগ দিব ।
মীন ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত সম্পর্ক মনোযোগ দিব । আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব । কৰ্ম-ব্যৱসায়ত সফল হʼব ।

