ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে কেনে যাব আজিৰ দিনটো... - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? ৰাশিফল চাওক...

Daily Horoscope for 25th January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 25, 2025 at 7:07 AM IST

3 Min Read
  1. মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ লক্ষ্যত প্ৰায় সফল ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দেৰে সময় পাৰ কৰিব ৷
  2. বৃষ ৰাশি : পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজত যাব পাৰে । কোনো আলোচনাত অংশ ল’ব পাৰে, যিয়ে ব্যৱসায়ত অধিক উন্নতি হোৱাত সহায় কৰিব । সামাজিকভাৱে সন্মান পাব । ধনাগমন হ’ব ।
  3. মিথুন ৰাশি : স্বাস্থ্যৰ যত্ন লওক ৷ শান্ত হৈ কর্ম কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নাৰীৰ বাবে দিনটো অত্যন্ত শুভ ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ লগত সময় কটাব ৷ কৰ্ম জীৱন উন্নত ৷ ব্যৱসায়ত সফল, লাভাৰ্জন ৷
  4. কৰ্কট ৰাশি : দিনটো ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে ৷ সংগীৰ লগতে দন্দত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ মূৰৰ বিষ বা পেট জ্বলা পোৰা আদি সমস্যাত ভুগিব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ ভ্ৰমণ বাতিল কৰক ৷
  5. সিংহ ৰাশি : নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ ফল ব্যক্তিগত জীৱন পৰিব ৷
  6. কন্যা ৰাশি : সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ৷ বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷
  7. তুলা ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ বৃদ্ধি হʼব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ প্ৰশংসা লাভ ৷ পৰচৰ্চা নকৰিব ৷
  8. বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ সুখেৰে সময় পাৰ কৰিব ৷ প্ৰিয়জন আৰু বন্ধুৰ লগত এই সময় উপভোগ কৰক ৷ মানসিক শান্তি লাভ ৷ স্বাস্থ্য উন্নত ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
  9. ধনু ৰাশি : দিনটো কিছু কঠিন ৷ কামত বাধা আহিব ৷ খৰচৰ মাত্ৰা বৃদ্ধি ৷ শান্ত আৰু ধৈৰ্য ধৰি কাম কৰক ৷ ঘৰুৱা পৰিৱেশটো অশান্তিময় হ’ব ৷ প্ৰিয় ব্যক্তিৰ পৰা আঘাট পাব পাৰে ৷ খং ওপৰত নিয়ন্ত্ৰন কৰক ৷ আইনী কাগজত চহী কৰাৰ আগতে দুবাৰ চিন্তা কৰক ৷
  10. মকৰ ৰাশি : দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ থাকিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  11. কুম্ভ ৰাশি : নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰক ৷ ভাগ্য প্ৰায় ভাল ৷
  12. মীন ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ নতুন বস্তু ক্ৰয় কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.