- মেষ ৰাশি : শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ সন্ধিয়া পৰিয়ালৰ লগত থাকিব ৷ ব্যৱসায়ত মনোযোগ দিয়ক ৷ সন্ধিয়াটো প্ৰায় ভাল হʼব ৷ বুদ্ধিৰে কর্ম কৰিব ৷
- বৃষ ৰাশি : গণেশৰ কৃপাত দিনটো ভাল ৷ শক্তিশালী মন আৰু ধনৰ দিশ সবল ৷ ব্যৱসায়ত নতুন কাম আৰু চাকৰিত পদোন্নতিৰ যোগ আছে ৷ ব্যৱসায়ত প্ৰচুৰ ধন লগাব লগাত পৰিব ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ কৰিবলৈ বাহিৰলৈ যাব পাৰে ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
- মিথুন ৰাশি : জীৱন ভাল বন্ধু লাভ ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- কৰ্কট ৰাশি : খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ নিজৰ শিল্পী প্ৰতিভা ব্যৱহাৰ কৰিব ৷
- সিংহ ৰাশি : প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ জীৱনত সফল হʼব ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰিব লাগিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ সহজতে নকৰিব ৷
- কন্যা ৰাশি : সামাজিক জীৱনত জনপ্ৰিয়তা বৃদ্ধি হ’ব ৷ কষ্টৰ ফল লাভ কৰিব ৷ পৰিয়াল আৰু কামৰ মাজৰ সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ বজাৰ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দামী গহনা কিনিব পাৰে বা গাড়ী কিনাৰ কথাও ভাবক ৷ প্ৰিয়জনৰ লগত হোৱা সৰু বাদ-বিবাদ সোনকালে শেষ কৰিব পাৰিব ৷ ব্যবসায়ত লাভ ৷
- তুলা ৰাশি : নিজৰ কর্মত মুক্তি অনুভৱ কৰিব ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বজাৰ কৰিবলৈ যোৱাৰ বাবে প্রিয় দিন হʼব ৷
- বৃশ্চিক ৰাশি : আজি প্ৰায় ভাল ৷ কঠোৰ পৰিশ্ৰমৰ মাজত কর্মত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- ধনু ৰাশি : পৰস্পৰবিৰোধী স্থিতিৰ সম্মুখীন হʼব ৷ দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি, হতাশ হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
- মকৰ ৰাশি : আপোনাৰ প্ৰায় ভাল হʼব ৷ আনন্দময় দিন হʼব ৷ কিন্তু কিছু চিন্তাধাৰাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদৰ আশংকা আছে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ভোজন-পানত মনোযোগ দিব ৷
- কুম্ভ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ নতুন আৰু সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব ৷ গ্ৰহ স্থান ভাল ৷
- মীন ৰাশি : মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ আপুনি বন্ধুৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
কেনে যাব আজি আপোনাৰ দিনটো... জানো আহক আজিৰ ৰাশিফলত - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)

Published : May 23, 2025 at 5:35 AM IST
3 Min Read