- মেষ ৰাশি : নিজৰ ব্যৱসায় কর্মত ব্যস্ত থাকিব ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ লগৰ সম্পর্ক ভাল ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
- বৃষ ৰাশি : ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷
- মিথুন ৰাশি : কিছুসময়ৰ বাবে অকলে থাকিবলৈ মন যাব পাৰে ৷ ধ্যান বা যোগ কৰক ৷ প্ৰেমৰ সম্পর্ক ৷
- কৰ্কট ৰাশি : সৌভাগ্য উদয় হ’ব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ কর্মত মিশ্রিত ফল লাভ ৷
- সিংহ ৰাশি : নিজৰ কর্ম-ব্যৱসায়ত মনোযোগ দিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ প্ৰশংসা লাভ ৷
- কন্যা ৰাশি : কর্মত মনোযোগ দিব ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ৷
- তুলা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ অৰ্জন ৷
- বৃশ্চিক ৰাশি : খনন কৰি কোনো বহুমূলীয়া ৰত্নমণি পাই তেনেহ’লে তাক সাধাৰণভাৱে নিজৰ জেপত ভৰাই সন্তুষ্ট মনৰে তাৰ পৰা গুচি যাব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্ম-ব্যৱসায়ত নথিপত্র সুস্থিৰে পঢ়িহে চহী কৰিব ৷
ধনু ৰাশি : বিপদাৰ আশংকা নাই ৷ কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ - মকৰ ৰাশি : দিনটোৰ আৰম্ভনি ভাল ৷ নিজৰ কর্মত মনোযোগ দিব ৷ সফল হʼব ৷
- কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ! কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ ৷ প্ৰশংসা লাভ ৷ জীৱনত ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
- মীন ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব গঢ়ি উঠিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ প্ৰেমত শুভ ৷ ভাগ্য প্ৰায় ভাল ৷
কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন, কাৰ প্ৰেমত সফলতা লাভ… জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)

Published : June 23, 2025 at 6:00 AM IST
2 Min Read