ETV Bharat / state

কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ভাল, কাৰ দুৱাৰডলিত ৰৈ আছে সফলতা... জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 4:23 AM IST

4 Min Read

মেষ ৰাশি : আপুনি আজি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব । আচৰিত নহ'ব, আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব । আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব । ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ।

বৃষ ৰাশি : আজি আপোনাৰ দিনটো অত্যন্ত ভাল । ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ অনুকূল, কাৰণ আজি ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে আৰু ইয়াৰ পৰা উচ্চস্তৰীয় সফলতা পাব পাৰে । আপুনি চাকৰিয়াল হ’লে ঊৰ্ধতনসকলৰ পৰা সহযোগিতা লাভ কৰিব । সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বৰ্তি থাকিব । ঘনিষ্ঠ বন্ধুসকলক লগ পাই আপোনাৰ আনন্দক অধিক বঢ়াই দিব ।

মিথুন ৰাশি : ভ্রমণ হʼব পাৰে, আনন্দময় হʼব । নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব । কর্মত শান্ত হৈ থাকি কৰিব । আপুনি নিজৰ মতে চাব আপুনি সফল হʼব ।

কৰ্কট ৰাশি : আপোনাৰ কেইবামাহো ধৰি ভাগ্য ভাল নাছিল, সেইবাবে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হৈছিল । আপুনি কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত সপোন দেখিব ।

সিংহ ৰাশি : ব্যৱসায় কৰাত ভাল, লক্ষ্য সফল হʼব । ব্যৱসায় ডাঙৰ কৰাত দেশৰ বাহিৰত সফল হʼব । উত্তমৰূপে কথোপকথন কৰা আৱশ্যক, সফল হʼব । উচিত সময়ত কার্য কৰাত ভাল লক্ষ্য সফল হʼব ।

কন্যা ৰাশি : আজি আপোনাৰ হাতৰ মুঠিত এই পৃথিৱীখন আছে যেন লাগিব । আপুনি ঘৰত আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে থাকিব । বন্ধু আৰু সহকৰ্মীসকলে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব আৰু তেওঁলোকে আপোনাক সহায় সহযোগিতা কৰিব । আপুনি যদি কোনো বেমাৰত ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব পাৰে । ঘৰৰ পৰা বা পৰিয়ালৰ সুখবৰ পাব পাৰে । আজি আপুনি নিজৰ কৰ্মকুশলতাৰ স্বীকৃতি পাব । আজি আপোনাৰ প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হৈ যাব পাৰে ।

তুলা ৰাশি : আজিৰ দিনটো আন দিনৰ দৰেই পাৰ হ’ব । বিশেষ একো ঘটনা নঘটে । সন্তানৰ বিষয়ে উদ্বেগ বাঢ়িব পাৰে । আপুনি যদি পঢ়ুৱৈ তেতিয়া হ’লে আপুনি পঢ়া শুনাত মন বহাব নোৱাৰিব । অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব । আপোনাৰ সুনাম নষ্ট হ’ব পাৰে । নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণ এৰাই চলক । ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ।

বৃশ্চিক ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে । আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব । আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব । যোগ-অনুশীলন কৰা ইচ্ছা হʼব পাৰে ।

ধনু ৰাশি : আজি আপুনি সক্ৰিয় অনুভৱ কৰিব । আজিৰ দিনটো আপোনাৰ আনন্দ লাগিব । প্ৰত্যাহ্বানৰ সম্মুখীন হʼব । গ্ৰহ-নক্ষত্ৰবোৰ ঈশ্বৰৰ মহিমাত ভাল । ভাগ্য ভাল । কর্ম-ব্যৱসায়ত ভাল, লক্ষ্য সফল হʼব ।

মকৰ ৰাশি : পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব । নম্ৰ আৰু বিনয়ী হৈ থাকিব পাৰিলে আপুনি সমস্যাৰ পৰা দূৰত থাকিব পাৰিব । আজি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে । স্বাস্থ্য আপোনাৰ বৰ ভাল নাযাব । চকুৰ সমস্যা দেখা দিব পাৰে । পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।

কুম্ভ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভদায়ক । শাৰীৰিক আৰু মানসিকভাৱে আপুনি অত্যন্ত তজবজীয়া অনুভৱ কৰিব । জাগতিক আৰু আধ্যাত্মিক এই দুয়ো দিশতেই আপুনি পৰিতৃপ্ত অনুভৱ কৰিব । আপোনাৰ গ্ৰহৰ অৱস্থানে কয় আজি পৰিয়ালৰ লোকৰ সৈতে বাহিৰত ফুৰিবলৈ যাব, আনন্দ-ফুৰ্তি কৰিব, ভাল ভাল খাদ্য উপভোগ কৰিব, উপহাৰ পাব । গোটেই দিনটো আধ্যাত্মিকভাৱে উজ্জীৱিত হৈ থাকিব ।

মীন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব । প্ৰশংসা লাভ হʼব । কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব । আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.