মেষ ৰাশি : বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে । কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব । আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত । সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পাব ।
বৃষ ৰাশি : উদ্বিগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব আৰু তাৰ ফলত আপোনাৰ মনৰ স্থিৰতা হেৰুৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক-বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ একে সময়তে আপোনাৰ কষ্টকৰ কামৰ ফল লাভত ব্যৰ্থ হ’ব ৷ যাৰ ফলত ধনৰ অভাবে দেখা দিব ৷
মিথুন ৰাশি : আপুনি সফলতা অনুসন্ধানৰ চিন্তা কৰে । সেইবাবে পৰাস্ত হ’বলৈ কেতিয়াও অনুমতি নিদিব । সেইবাবে কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিছে । নিজৰ কর্মত মনোযোগ দিব । জীৱনত সুখী হ’ব ।
কৰ্কট ৰাশি : নতুন বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব । বন্ধুবৰ্গৰ লগত দিন ভাল হʼব । মানসিক চিন্তা হʼব পাৰে । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ।
সিংহ ৰাশি : আপুনি আজি মানসিক আৰু আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব । নিজৰ আত্মসন্মান বঢ়াবলৈ আপুনি বন্ধুজনৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব । আজি প্ৰেমৰ সম্পর্ক ভাল হʼব ।
কন্যা ৰাশি : টকা-পইচা অনিশ্চিত হʼব পাৰে । খৰচ বৃদ্ধি হʼব পাৰে । কামত সন্তুষ্টি পাবলৈ আপোনাৰ মনৰ শুনক, হৃদয়ক নহয় । নথি-পত্র সুস্থিৰে পঢ়ি চহী কৰিব । নতুন ব্যৱসায় আৰম্ভ নকৰিব আজি । নতুন ব্যৱসায় বিষয়ে সাৱধানে থাকক ।
তুলা ৰাশি : যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভবান হ’ব । লʼৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব । কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । টকা-পইচা ক্ষেত্ৰত নিশ্চিত হʼব । দৰমহা ভাল হʼব ।
বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । ভাল লক্ষ্য সফল হʼব। মহিলাৰ ভাগ্য ভাল হʼব । যদিও আজি বিপদাশঙ্কা নহয়, কিন্তু সতৰ্ক থকাটো ভাল । বিপদত পৰাৰ পৰা সুৰক্ষিত ৰাখিব । আবেলি প্ৰায় ভাল হʼব ।
ধনু ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ লʼব । আচৰিত নহ’ব আপুনি আজি ইভেন্ট হেণ্ডেলাৰ হʼব । আপোনাৰ কর্মত দূৰ যাত্রা হʼব পাৰে । এই যাত্রা কৰ্ম-ব্যৱসায়ত সফল হʼব ।
মকৰ ৰাশি : নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখিলে নিশ্চিতভাৱে লক্ষ্য সফল হয় । আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব । সহজতে নিৰুৎসাহিত হৈ নপৰিব । আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ।
কুম্ভ ৰাশি : আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব । আপোনাৰ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব । দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷
মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা অনিশ্চিত হʼব পাৰে । খৰচ সুস্থিৰে কৰিব । আজি আপোনাৰ খৰচ বৃদ্ধি হʼব, সতৰ্ক হোৱা উচিত ।