ETV Bharat / state

কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 7:01 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি : আজি বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল হʼব ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

বৃষ ৰাশি : বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ সংযোগত সফলতা লাভ হʼব ৷ প্ৰেমৰ সম্পর্কত আজি ভাগ্য প্ৰায় ভাল ৷ আপুনি আপোনাৰ নিজৰ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফল হʼব ৷

মিথুন ৰাশি : বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ আপোনাৰ সৎকৰ্ম, পৰিশ্ৰমৰ উত্তম ফল লাভ হ’ব ৷ প্ৰশংসা লাভ হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷

কৰ্কট ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷ তথাপিও এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

সিংহ ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কৰ্মবিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷ 2-3 দিনত আপুনি প্ৰায় সফল হʼব ৷

কন্যা ৰাশি : ভাগ্য ভাল হʼব ৷ সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷ আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত, বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব ৷

তুলা ৰাশি : আপুনি পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ তেনেকুৱাত সদায় যোগ-অনুশীলন কৰা ভাল ৷

বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধ কিনা খৰচ বৃদ্ধি হʼব পাৰে ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ তেনেকুৱাত সদায় যোগ-অনুশীলন কৰা ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷

ধনু ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপুনি ইফাল-সিফালৰ পৰা আজি পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব ৷ কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ আনন্দিত ফল লাভ হʼব ৷

মকৰ ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ কর্ম শান্ত হৈ থাকি কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷

কুম্ভ ৰাশি : কঠিন দিন হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে পৰিয়ালৰ লগত ৷ শিক্ষার্থীৰ অধ্যয়নত মনোযোগ দিব ৷ শান্ত থাকি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, সফল হʼব ৷

মীন ৰাশি : পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । আজি আপুনি প্ৰায় সফল হʼব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷