- মেষ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আজি প্ৰায় সফল হʼব ৷ পৰক বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । টকা-পইচা জমা কৰিব ৷
- বৃষ ৰাশি : খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ বিপদৰ আশংকা নাই, আনকো বিপদত নেপেলাব ৷ নতুনকৈ ব্যৱসায় নকৰিব ৷
- মিথুন ৰাশি : যিকোনো সৎকৰ্মত কোনো পলম নোহোৱাকৈ সফল হ’ব ৷ কৰ্মত মনোযোগ দিবলগীয়া হʼব ৷
- কৰ্কট ৰাশি : দিনটো নাৰীৰ বাবে সৌভাগ্যময় হʼব ৷ সম্পত্তিৰ আৰু ঘৰৰ পৰা লাভৱান হʼব ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ লগত দিনটো ভালদৰে পাৰ হʼব ৷ কৰ্ম জীৱন ভাল ৷ আজিৰ দিনটোত ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভৱান হʼব ৷
- সিংহ ৰাশি : সক্ৰিয় অনুভৱ হʼব ৷ আনন্দিত হৈ থাকিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ গ্ৰহ-নক্ষত্ৰবোৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত সফল ৷
- কন্যা ৰাশি : আজি আপোনাৰ ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাৰ অনুভৱ হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ নৈতিকতা বজাই ৰাখক ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- তুলা ৰাশি : নিজৰ সৌন্দৰ্যৰ ওপৰত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ কিছু ধন খৰচ হʼব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ নতুন সাজ-পোছাক কিনিব ৷
- বৃশ্চিক ৰাশি : সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখক ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ সন্ধিয়াটো প্ৰায় ভাল হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
- ধনু ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ উত্তমৰূপে কথোপকথন কৰা আৱশ্যক, সফল হʼব ৷ উচিত সময়ত কার্য কৰিল ভাল ফল লাভ হʼব ৷
- মকৰ ৰাশি : নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
- কুম্ভ ৰাশি : আজি কোনো কাৰণ নোহোৱাকৈয়ে বন্ধু আৰু ভালপোৱা মানুহজনৰ সৈতে পার্টী হʼব পাৰে ৷ ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷
- মীন ৰাশি : আজি গ্ৰহ প্ৰায় ভাল ৷ খৰচ বৃদ্ধি ৷
কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য ভাল, কাৰ দুৱাৰডলিত ৰৈ আছে সফলতা...পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)

Published : June 21, 2025 at 6:01 AM IST
2 Min Read