কোন ৰাশিৰ জাতক-জাতিকাৰ আৰ্থিক লাভৰ যোগ, কোন ৰাশিৰ লোকে লাভ কৰিব সফলতা...আজিৰ ৰাশিফল
জ্যোতিষশাস্ত্ৰ মতে জানো আহক কেনে যাব আপোনাৰ আজিৰ দিনটো...
ৰাশিফল (ETV Bharat)

Published : March 1, 2025 at 6:46 AM IST
- মেষ ৰাশি : দিন ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ ৷
- বৃষ ৰাশি : দিনটো ভাল ৷ ভাল বন্ধু লাভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই আন্দিত কৰিব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- মিথুন ৰাশি : ধাৰ্মিক উৎসৱ উদযাপন কৰিব পাৰে ৷ নতুন বস্তু ক্ৰয় কৰিব ৷ ভ্ৰমণৰ যোগ ৷
- কৰ্কট ৰাশি : ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্ম ব্যস্তস্তা অধিক হʼব ৷ খৰচ বৃদ্ধি হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
- সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল হʼব ৷
- কন্যা ৰাশি : আজি আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ শান্ত বা মধুৰ বাক্যই উৎসাহিত কৰিব পাৰে ৷ ধ্যান বা যোগ কৰা ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- তুলা ৰাশি : অধ্যয়নৰ আৰু কাৰ্যভাৰ বাঢ়িব ৷ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
- বৃশ্চিক ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ! কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ জীৱন ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
- ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ! সত্যৰ ফল লাভ ৷ পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্যসূচীৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ আয়-ব্যয় বৃদ্ধি ৷
- মকৰ ৰাশি : নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
- কুম্ভ ৰাশি : ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- মীন ৰাশি : আৱেগীক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ জীৱনত পৰিব ৷ সেয়ে শান্ত হৈ থাকক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷

