ETV Bharat / state

শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 4:49 AM IST

3 Min Read

মেষ ৰাশি : আপুনি সক্ৰিয় অনুভৱ কৰিব ৷ সুখেৰে জীৱন-যাপন কৰাত মনোযোগ দিব ৷ দিনটো সৌভাগ্যকৰ হʼব ৷ আপোনাৰ সম্পত্তিৰ, ঘৰৰ পৰা লাভ হʼব ৷ কৰ্ম জীৱন ভাল হʼব ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷

বৃষ ৰাশি : বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফল লাভ হʼব ৷

মিথুন ৰাশি : আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷

কৰ্কট ৰাশি : আজি আপুনি বহুত আৱেগিক হৈ পৰিব পাৰে ৷ আপোনাৰ জীৱনত ভাল সফলতা লাভ হʼব ৷ আপুনি ধৈৰ্যশীল, সহনশীল হয় ৷ প্ৰায় ভাল দিন হʼব ৷ মনোৰঞ্জনত খৰচ বৃদ্ধি হʼব পাৰে ৷

সিংহ ৰাশি : আজি প্ৰশংসা লাভ হʼব ৷ আনন্দময় দিন হʼব ৷ কিন্তু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা দিন বিপদাশংকা হৈ পৰিব ৷

কন্যা ৰাশি : আজি আপোনাৰ কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷

তুলা ৰাশি : আজি আপুনি যুগল স্থিতি সম্মুখীন হʼব ৷ দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷

বৃশ্চিক ৰাশি : শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে । আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

ধনু ৰাশি : দিনটো ভাল সফলতা লাভ হʼব ৷ সক্ৰিয় অনুভৱ কৰিব ৷ আপোনাৰ পৰিশ্ৰমৰ ভাল লক্ষ্য সফল হʼব ৷ দিনটো আপোনাৰ গ্ৰহ ভাল হয় ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাত সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

কুম্ভ ৰাশি : আপুনি প্রতিযোগিতা কৰিব পাৰে, কর্ম প্রতিযোগিতাত কিন্তু বিফল হʼব ৷ মনোযোগ দিব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

মীন ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত সম্পর্ক মনোযোগ দিব ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.