জ্যোতিষশাস্ত্ৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : July 1, 2025 at 5:37 AM IST
- মেষ ৰাশি : দিনটো প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ যত্ন ল’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷
- বৃষ ৰাশি : মনৰ কথা শুনক ৷ জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব । সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । পুৰণি ঘৰটো ন গৃহলৈ পৰিণত কৰিব পাৰে ৷ আজি প্ৰায় ভাল হʼব ৷
- মিথুন ৰাশি : দিনটো মিশ্রিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
- কৰ্কট ৰাশি : কার্য জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নাম আৰু সুনাম হʼব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ ভাগ্য ভাল ৷
- সিংহ ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ নতুন সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে ৷
- কন্যা ৰাশি : যুক্তিৰে সকলো বিবেচনা কৰিব ৷ লক্ষ্যত সফল ৷ মহিলাৰ ভাগ্য ভাল ৷ কিয়নো বিপদাৰ আশংকা নাই ৷ কিন্তু সতৰ্ক হৈ থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ ৰাতিৰ খানা ভাল হʼব ৷
- তুলা ৰাশি : দিনটো ভাল ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল হʼব ৷
- বৃশ্চিক ৰাশি : খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ মিশ্রিত খেলিমেলি হʼব পাৰে ৷ সতৰ্কতাৰে আৰু অতি সাৱধানেৰে কৰ্ম-ব্যৱসায় কৰিব ৷
- ধনু ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো আনন্দময় হʼব ৷
- মকৰ ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত হʼব ৷ ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ মনটো সক্ৰিয় হৈ থাকিব ৷
- কুম্ভ ৰাশি : যুগল স্থিতি সম্মুখীন হʼব ৷ দুঃচিন্তাৰ কাৰণ হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
- মীন ৰাশি : মিশ্রিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷

