ETV Bharat / state

কোন ৰাশিৰ লোক তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থকাই ভাল, কোন ৰাশিৰ লোকে লাভ কৰিব জীৱনসংগী…জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 19th May 2025
ৰাশিফল (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : May 19, 2025 at 6:03 AM IST

4 Min Read
  1. মেষ ৰাশি : নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ শান্ত হৈ থাকক ৷
  2. বৃষ ৰাশি : ভাল বাতৰি পাব ৷ পৰিয়ালৰ লগত পার্টী হʼব পাৰে ৷ নিজৰ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব পাৰে ৷ কর্মৰ খাতিৰত বাহিৰলৈ সৰু যাত্রা হʼব পাৰে ৷
  3. মিথুন ৰাশি : কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকিব ।ইতিবাচক হৈ থাকক । নহ’লে নেতিবাচক মনোভাৱ, আৰ্থিক কষ্ট আৰু আপুনি ভোগ কৰা আটাইবোৰ সমস্যাই আপোনাক ভুল পথত লৈ যাব । শান্ত হৈ থাকক আৰু নিৰাশাবাদীসকলৰ পৰা দূৰত থাকক । যদি পূৰ্বনিৰ্ধাৰিত কোনো চিকিৎসা কৰাবলগীয়া থাকে, তেতিয়া হ’লে তাৰ দিন পিছুৱাই দিয়ক ।
  4. কৰ্কট ৰাশি : বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ দিনটো আনন্দময় হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
  5. সিংহ ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব, পৰামর্শবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
  6. কন্যা ৰাশি : অকস্মাৎ ব্যয় আৰু হজম সম্বন্ধীয় সামান্য অসুস্থতা হ’ব পাৰে। ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক । তীব্ৰ আলোচনা সৃষ্টি হ’ব পৰা পৰিস্থিতি এৰাই চলক, কাৰণ এই আলোচনাৰ পৰাই তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব । পঢ়ুৱৈ আৰু বৌদ্ধিক কৰ্মৰ সৈতে যুক্ত লোকৰ বাবে দিনটো লেহেমীয়া আৰু আমনিদায়ক হ’ব । অকস্মাৎ কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনক লগ পাব পাৰে । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো অনুকূল নহয় ।
  7. তুলা ৰাশি : পৰিয়ালটো ভালে ৰখাত মনোযোগ দিব ৷ ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ পাৰে ৷ জীৱন ভাল বন্ধু লাভ ৷ সন্তানৰ সফলতাই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
  8. বৃশ্চিক ৰাশি : দিনটো অতি শুভ । দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । নতুন উদ্যোগ আৰম্ভ কৰি দিব পাৰে । আজিৰ সময়টো বৰ ভাল, কিয়নো আজি আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতা পাব । গ্ৰহৰ অৱস্থানে কয় যে সৰু সুৰা সুখকৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ।
  9. ধনু ৰাশি : আজি কিছুসময় অকলে আৰু নিৰ্জনে থাকিবলৈ মন যাব । আজি ধ্যান বা যোগ কৰাটো ভাল ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
  10. মকৰ ৰাশি : আজি আপুনি কোনো ধৰ্মীয় আচাৰ পালন কৰিব পাৰে । আপোনাৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব ৷ আপোনাৰ কামত ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব ।
  11. কুম্ভ ৰাশি : আজি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । আজি পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব । অতিৰিক্ত ব্যয় হ’ব পাৰে। আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভবান হৈ থাকিব । নিজৰ কথা আৰু খঙক নিয়ন্ত্ৰণ ৰাখক । দুৰ্ঘটনা হ’ব পাৰে ।
  12. মীন ৰাশি : যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চ্চা কৰা ইত্যাদি নকৰিব ৷ হানিকাৰক আলোচনাই জীৱনত প্ৰভাৱ পৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.