কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : June 19, 2025 at 6:01 AM IST
- মেষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ সন্ধিয়া সৰু যাত্রা হʼব ৷ সন্ধিয়ালৈ মনৰ আশা পূৰণ হ’ব ৷
- বৃষ ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ বন্ধুৰ আগত মনৰ কথা প্ৰকাশ নকৰিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- মিথুন ৰাশি : নিজৰ জীৱন বিকাশিত কৰা দিন ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ, খৰচৰ মাত্ৰাও বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দৰে পাৰ হʼব ৷
- কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ লক্ষ্যত সফল ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নাম আৰু সুনাম হʼব ৷
- সিংহ ৰাশি : খৰচ বৃদ্ধি ৷ নতুন কার্য-ব্যৱসায় আৰম্ভ নকৰিব ৷ ভাগ্য ভাল ৷
- কন্যা ৰাশি : মন পৰিৱৰ্তন কৰিবলৈ যথেষ্ট চেষ্টা কৰিব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ পৰা বহুত লাভ ৷ সময় মতে কার্য কৰি সফল হʼব ৷ কার্য জীৱন ভাল নহয় ৷ তথাপিও ধৈৰ্যশীল হৈ কার্য কৰিব, লাভৱান হ’ব ৷
- তুলা ৰাশি : কঠোৰ কাৰ্য সহজতে কৰি সফল হ’ব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
- বৃশ্চিক ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আজি মনটো ৰোমাঞ্চকৰ হৈ পৰিব । নতুন ব্যৱসায়ৰ বিচাৰ হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
- ধনু ৰাশি : দিনটো এটা সাধাৰণ দিনৰ দৰে হ’ব, যেন সকলোবোৰ গতানুগতিক ৷ নিজৰ হাতত যি আছে তাতে সন্তুষ্ট থাকক ৷ আইনী কাগজত বিশেষকৈ সম্পত্তিৰ বিষয়ক কাগজত চহি কৰোতে বিশেষ সাৱধান হ’ব ৷ বেয়া বুদ্ধি মনত নাৰাখিব ৷ যাৰ ফলত আপুনি টকা হেৰুৱাব লগা হ’ব পাৰে ৷ সৰু সুৰা অসুখ হ’ব পাৰে ৷ পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে ৷
- মকৰ ৰাশি : কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷
- কুম্ভ ৰাশি : দিনটো ভাল ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায়, কৰ্মত মনোযোগ দিব ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে ৷ কিন্তু আপুনি বিফল নহ’ব ৷
- মীন ৰাশি : নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ যুক্তিসূত্ৰৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷

