ETV Bharat / state

কেনে যাব আজি আপোনাৰ দিনটো... জানো আহক আজিৰ ৰাশিফলত - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
আজিৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2025 at 4:31 AM IST

4 Min Read

মেষ ৰাশি : আজি আপুনি নতুন দায়িত্ব পাব । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব, ভাগৰি পৰিব । আপুনি এলেহুৱা, নিৰুৎসাহিত হৈ পৰিব পাৰে ।

বৃষ ৰাশি : আজি দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক, কাৰণ আজি আপুনি যথেষ্ট বাধাৰ সন্মুখীন হ'ব ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল কাৰণ তাৰবাবে আপুনি মনৰ পৰা সাজু হোৱা নাই ৷ শৰীৰৰ যত্ন লওক আৰু সঠিক সময়ত খোৱা-বোৱা কৰক আৰু টোপনি যাওক ৷ ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থাৰ উন্নতি হ'ব ৷

মিথুন ৰাশি : বিশেষ কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে ৷ আপুনি মানসিকভাৱে আৰু শাৰিৰীকভাৱে অসুস্থ অনুভব কৰিব ৷ সেয়ে আপোনাৰ ভালপোৱা কামত মন দিয়ক যিয়ে আপোনাক চিন্তামুক্ত কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰছৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷

কৰ্কট ৰাশি : আপোনাৰ কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে । হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ'ব ।

সিংহ ৰাশি : আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে । স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব । আজি ৰোমাঞ্চকৰ মন হৈ পৰিব । নতুন ব্যৱসায় বিচাৰ হʼব পাৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব ।

কন্যা ৰাশি : পঢ়ুৱৈসকলৰ কাৰণে আজিৰ দিনটো কঠিন । সন্তানক লৈ দুশ্চিন্তাই আপোনাক দিগদাৰ দি থাকিব পাৰে । শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব । সাৱধানে থাকক । আজি গোটেই দিন আপুনি পুৰণি দিনৰ কথা মনত কৰি বিষণ্ণ হৈ থাকিব । বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব ।

তুলা ৰাশি : আপোনাৰ আজি ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন কৰিব । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব । বহুতো ব্যক্তি লগত সংযোগ হʼব । প্ৰেম সম্পর্কক মনোযোগ দিব ।

বৃশ্চিক ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে । স্ত্ৰীভাগ্য আপোনাৰ অনুকূলত থাকিব । আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমিয়াল দিশটোৰ পৰিচয় পাব । আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ । সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । আজি আপুনি মানসিকভাৱে আৰামত থাকিব । আপোনাৰ প্ৰতিপক্ষসকলে সেও মানিব ।

ধনু ৰাশি : গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব, কামৰ ফল ভোগ কৰক ৷ সামাজিক কামত কৃতকাৰ্য হ'ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব ৷

মকৰ ৰাশি : আজি বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব, জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । আপুনি প্ৰায় সফল হʼব । আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে । এই দিনটো বিপদাশঙ্কা নহয়, কিন্তু নিজৰ ব্যৱসায়ক বিপদত পেলোৱাটো নিবিচাৰিব ।

কুম্ভ ৰাশি : খৰচ আৰু জমাৰ হিচাপ একে থাকিব, সেয়েহে খৰচত চকু দিয়াৰ দৰকাৰ নহ'লে ভুগিবলগীয়া হ'ব ৷ খৰচৰ মাত্ৰা নকমে কিন্তু আপুনি জমাৰ হিচাপ থিকেই ৰাখিব পাৰিব ৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা অলপ দিন আঁতৰত থাকক ৷

মীন ৰাশি : আপুনি বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মণি হৈ পৰিব ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক উন্নত আৰু লাভজনক হ'ব,কিন্তু আপুনি তেওঁলোকক সময় দিয়াত ব্যৰ্থ হ'ব ৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ'ব । প্ৰিয়জনৰলগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব ৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.