ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 18th June 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 5:50 AM IST

2 Min Read
Choose ETV Bharat

মেষ ৰাশি : দিন ভাল ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বাধা বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷

বৃষ ৰাশি : ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰি আনন্দিত হ’ব ৷ সকলোৰে প্ৰিয় পাত্ৰ হ’ব ৷ পার্টী হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি : কৰ্মস্থলীত অধীনস্থ বা জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব । অলপ আপোচ কৰাৰ চেষ্টা কৰক ৷ আৰাম আৰু বিলাসীতাত ব্যয় কৰাৰ সম্ভাৱনা আছে । অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা ।

কৰ্কট ৰাশি : সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷

সিংহ ৰাশি : খং-ৰাগৰ প্ৰভাৱ কার্য জীৱনত প্ৰভাৱ পৰিব ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷

কন্যা ৰাশি : কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ প্ৰশংসা লাভ ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিৰ সৈতে সময় কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল ৷

তুলা ৰাশি : জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰি থাকক ৷ দিনটো মধ্যমীয়া ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব ৷

বৃশ্চিক ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পুৰণি ঘৰটো ন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷

ধনু ৰাশি : আজি প্ৰায় সফল হʼব ৷ নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ কু-পথত নচলিব ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷

মকৰ ৰাশি : অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত । মানসিক শান্তি লাভৰ বাবে ধৰ্মীয় কাৰ্য, ৰীতি-নীতিত আদিত ব্যয় কৰিব পাৰে । দিনটোৰ পিছৰ ভাগত আৰু আপুনি অধিক আনন্দিত অনুভৱ কৰিব । এই সময়খিনি পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত কটাই উপভোগ কৰক ।

কুম্ভ ৰাশি : দিনটো খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷

মীন ৰাশি : দিনটো সক্ৰিয় অনুভৱ হʼব ৷ সুখেৰে জীৱন-যাপন কৰাত মনোযোগ দিব ৷ দিনটো সৌভাগ্যশালী হʼব ৷ সম্পত্তি পৰা লাভ হʼব ৷ কৰ্ম জীৱন ভাল ৷ ড্ৰাইভ সাৱধানে আৰু সুস্থিৰে কৰিব ৷