ETV Bharat / state

কোন ৰাশিৰ লোক তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থকাই ভাল, কোন ৰাশিৰ লোকে লাভ কৰিব জীৱনসংগী…জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 16th May 2025
ৰাশিফল (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : May 16, 2025 at 6:00 AM IST

3 Min Read
  1. মেষ ৰাশি : খং-ৰাগৰ প্ৰভাৱ সম্পর্কত পৰিব ৷ শান্ত হৈ কর্ম কৰিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ হতাশা হʼব পাৰে ৷ ধাৰ্মীক কামৰ বাবে দিনটো ভাল ৷ মন্দিৰ ভ্রমণ হʼব পাৰে ৷
  2. বৃষ ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃৰ গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷
  3. মিথুন ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
  4. কৰ্কট ৰাশি : আনক মানসিক আঘাট দিব পাৰে ৷ কিন্তু প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া সংযোগত আজি সফলতা লাভ ৷ আজি প্ৰায় ভাল ৷ পিতৃ-মাতৃ, লʼৰা-ছোৱালীৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত ভাল ৷
  5. সিংহ ৰাশি : সক্ৰিয় অনুভৱ হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ ভাল বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
  6. কন্যা ৰাশি : দিনটো বিপদৰ শংকা নাই ৷ কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ লক্ষ্য সফল নহ’বও পাৰে ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’বও পাৰে, কিন্তু চিন্তা নকৰিবা ৷ দিনটো প্ৰায় ভালেই যাব ৷
  7. তুলা ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আজি প্ৰায় ভাল হʼব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ ভ্রমণৰ যোগ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  8. বৃশ্চিক ৰাশি : আজি গোটেই দিন আপোনাৰ লাভ বন্ধ হৈ থাকিব । অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব । পৰিয়ালৰ মাজত কাজিয়া /বিবাদ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰত থাকক । পৰিয়ালৰ লোকৰ মাজত থকা ভুল ধাৰণাবোৰ ভাঙি দিয়ক । শাৰীৰিক সমস্যাই আপোনাক বিষণ্ণ কৰি ৰাখিব । নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকিব । যি পঢ়োৱা হ’ব সেইবোৰ একো বুজি নাপাব পঢ়ুৱৈসকলে ।
  9. ধনু ৰাশি : সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷ ধাৰ্মীক কামত দিনটো ভাল ৷ নাম আৰু সুনাম হʼব ৷
  10. মকৰ ৰাশি : প্ৰতি পদক্ষেপত সাৱধানে খোজ পেলাওঁক । কৰ্মক্ষেত্ৰত আপুনি সকলোৰে পৰা সহযোগিতা পাব পাৰে । আয়তকৈ ব্যয় অধিক হ’ব । ধৰ্মীয় আৰু সামাজিক কৰ্মত ব্যস্ত হৈ থাকিব, যাৰ ফলত ব্যয়বৃদ্ধি হ’ব পাৰে । স্বাস্থ্যক লৈ দুশ্চিন্তাত ভুগিব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে । দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ।
  11. কুম্ভ ৰাশি : নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত (চাকৰি আৰু ব্যৱসায়ত) লাভবান হ’ব পাৰে । কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে । ধনদেৱীৰ কৃপালাভ কৰিব ৷ সামাজিক খ্যাতি ইতিবাচকভাৱে বৃদ্ধি পাব । সন্তানসকলৰ সৈতে সম্পৰ্ক ভালেই থাকিব । পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ পোৱাৰ সম্ভাৱনা আছে । বিবাহপ্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল । সুখদায়ক ভ্ৰমণ হ’ব পাৰে ।
  12. মীন ৰাশি : আমি অতি সাৱধানেৰে কর্ম পালন কৰাৰ উচিত ৷ পুৰণি অসম্পূৰ্ণ কাৰ্যক সম্পন্ন কৰাত সহায় হʼব ৷ সৎকৰ্মক আৰু বেছি ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.