মেষ ৰাশি : নতুন কাম বা যোজনা আৰম্ভ কৰাৰ বাবে এটা ভাল দিন । মধ্যাহ্নৰ পিছত সফলতাৰ হাৰ বৃদ্ধি পাব । দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰক, পিছৰ ভাগটো শান্ত আৰু সুখী হ’ব । বিৰক্তিকৰ বিবাদ আৰু কাজিয়া পৰা হাত সাৰিবৰ বাবে নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক; কথা কোৱাৰ আগতে ভাবক । স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক; জাংকফুড গ্ৰহণ নকৰিব ।
বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নতুন বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব ৷ বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷
মিথুন ৰাশি : আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ ব্যস্ত কাৰ্য্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হʼব ৷
কৰ্কট ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা নিশ্চয়তা লক্ষ্য সফল হয় ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
সিংহ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি ৷ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল, সফলতা লাভ হʼব ৷ সক্ৰিয় অনুভৱ হʼব ৷ গ্ৰহ ভাল ৷
কন্যা ৰাশি : ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব । মা লক্ষ্মীয়ে আপোনাৰ ওপৰত আশীৰ্বাদ বৰষিব; অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । তথাপিও আপোনাৰ গ্ৰহসমূহ নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ পক্ষত নাই, ই আপোনাক বিৰক্ত কৰিব পাৰে । মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । ধ্যান কৰক; ভাল অনুভৱ কৰিব আৰু মন প্ৰফুল্লিত হ’ব ।
তুলা ৰাশি : আপোনাৰ দিন প্ৰায় ভাল সফল হʼব ৷ ভাগ্য ভাল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
বৃশ্চিক ৰাশি : কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্ম প্ৰতিযোগিতা কৰিব পাৰে, কিন্তু বিফল হʼব ৷ আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব ৷
ধনু ৰাশি : এটা সাধাৰণ দিনৰ আভাস হয় । দিনটোৰ প্ৰথমভাগে চাপ কঢ়িয়াই আনিব আৰু আপোনাৰ স্বাস্থ্যও ঠিকে নাথাকিব পাৰে । ঘৰতো কোনো বিবাদ বা কাজিয়াৰ অভিজ্ঞতা হ’ব; যদি আপুনি পৰিপক্কৰূপে কাম কৰে সেইয়া এৰাই চলিব পাৰিব । যদি কোনো অপাৰেশ্যন আছে, পিছুৱাই দিয়ক, উপযুক্ত সময় নহয় । কোনো পুৰণা বন্ধুক লগ পাব পাৰে; অতীতৰ দিন ৰোমন্থন কৰক । শান্তিৰে শুব পাৰিব ।
মকৰ ৰাশি : দিনটো ফলপ্ৰসূ হ’ব । আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব । তথাপিও, দিনটোৰ পিছৰ ভাগত আপুনি সাৱধানতা অবলম্বন কৰা উচিত । স্বাস্থ্যৰ বাবে সাধাৰণ দিন হ’ব । আইনী কামকাজত সতৰ্কতা লওক । আপুনি আজি দুৰ্ঘটনা প্ৰৱল হৈ আছে; সাৱধানেৰে গাড়ী চলাওক । এটা ব্যস্ত, চাপযুক্ত দিনৰ পিছত, আপুনি বিলাসী নৈশভোজ বা চিনেমা চাই কটাব পাৰে ।
কুম্ভ ৰাশি : প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত আপুনি সুন্দৰ প্ৰদৰ্শন কৰিছে, আপোনাৰ প্ৰচেষ্টাত জ্যেষ্ঠসকল সুখী আৰু সন্তুষ্ট । আপোনাক পদোন্নতি প্ৰদান কৰিব পাৰে । তাৰোপৰি, কৰ্মস্থলীত সাম্ভাব্যৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ ব্যস্ততাক আঁতৰাবৰ বাবে সাঁতুৰক বা ফুৰিবলৈ যাওক ।
মীন ৰাশি : পুৱাৰ সময়খিনি পেচাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহ’বও পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দ্বীৰ লগত উত্তপ্ত তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাব লগা হ’ব পাৰে । অলপ বাধাৰ পিছত, কৰ্মস্থলীৰ পৰিবেশ উন্নত হ’ব; আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । ব্যক্তিগতভাৱে, আপোনাৰ সন্তানৰ প্ৰগতি আৰু অৰ্জনসমূহে আপোনাক সুখী আৰু সন্তুষ্ট কৰিব ।