ETV Bharat / state

কোন ৰাশিৰ লোক তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থকাই ভাল, কোন ৰাশিৰ লোকে লাভ কৰিব জীৱনসংগী… জানিবলৈ পঢ়ক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰ অনুসৰি আপোনাৰ বাবে কেনেদৰে পাৰ হ’ব অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন ? কোন ৰাশিৰ বাবে শুভ, কাৰ বাবে অশুভ আজিৰ দিনটো ?

DAILY HOROSCOPE FOR 15TH April 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 7:36 AM IST

4 Min Read
  1. মেষ ৰাশি: সামাজিক স্বীকৃতি লাভ । আৰ্থিক লাভৰ যোগ । ব্যক্তিগত জীৱনত সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তিহে কথা পাতিব । মনটো অজস্ৰ চিন্তাৰে ভৰি থাকিব । আপোনাৰ মনটো আজি সন্তোষজনক হৈ থকাৰ লগতে ইয়াৰ দ্বাৰা লাভ হোৱাৰো সম্ভাৱনা আছে ৷
  2. বৃষ ৰাশি: কর্ম-ব্যৱসায়ত জড়িত ব্যক্তিৰ বাবে এটা অতি ব্যস্ততাপূৰ্ণ দিন ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱা পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে, যাৰ ফলত কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ মনটোক ভালে ৰাখিবলৈ যোগ অনুশীলন কৰিব পাৰে ৷
  3. মিথুন ৰাশি: স্বামী-স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ দিনটো চিন্তাক্লিষ্ট হৈ থকাৰ সম্ভাৱনা আছে ৷ তৰ্ক-বিতৰ্কৰ পৰা দূৰৈত থকাই ভাল । আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব । বন্ধুৰ নামত ধন ব্যয়ৰ সম্ভাৱনা ৷ পেটৰ সমস্যাই দেখা দিব পাৰে । কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে । যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।
  4. কৰ্কট ৰাশি: এই ৰাশিৰ লোকসকলৰ বাবে এটা কঠিন দিন হোৱাৰ সম্ভাৱনা ৷ খেলিমেলি সৃষ্টি হ’ব পাৰে ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে, ইয়াৰ প্ৰভাৱ কাৰ্য-কর্মত পৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
  5. সিংহ ৰাশি: কর্ম-ব্যৱসায়ত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে কটোৱা সময় আনন্দময় হ’ব ৷
  6. কন্যা ৰাশি: যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাল লক্ষ্য সফল হ’ব, কিন্তু বন্ধুৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷ ভালপোৱা বা প্ৰেমৰ সম্পর্ক ভাল যদিও নিজৰ সৌন্দৰ্যৰ কথাতো গুৰুত্ব দিব ৷
  7. তুলা ৰাশি: শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে । পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ । আবেলি সময়ত কৰ্মজীৱনত ভাল বন্ধু লাভৰ সম্ভাৱনা ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ দিনটোৰ শেষত খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
  8. বৃশ্চিক ৰাশি: টকা-পইচাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ পইচা জমা কৰক ৷ নতুন কার্য-ব্যৱসায়ত নিশ্চিতি নহ’ব ৷ ভাগ্য ভাল ৷ প্ৰায় দুইদিনৰ পাবলগীয়া বেতনৰ ধন লাভৰ সম্ভাৱনা ৷
  9. ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হোৱাৰ সম্ভাৱনা । প্ৰিয়জনৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল । সংসাৰত শান্তি বিৰাজ কৰিব । বিবাহ প্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পোৱাৰ সম্ভাৱনা ৷
  10. মকৰ ৰাশি: পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । বন্ধু আৰু প্ৰিয়জনৰ সাক্ষাতত আপুনি আনন্দিত হ’ব ৷ ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলেও লাভহে হ’ব । কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু সন্মান অৰ্জন কৰিব । আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ সন্তুষ্ট হ’ব । সাৱধানে থাকক, দুৰ্ঘটনাৰ আশংকা ৷
  11. কুম্ভ ৰাশি: চিন্তাধাৰাবোৰ উন্নত ৷ পদোন্নতি লাভৰ সম্ভাৱনা ৷ কর্মৰ প্ৰশংসা ৷ দিনটো প্ৰায় ভাল ৷
  12. মীন ৰাশি: কৰ্মত অধিক মনোযোগ দিবলগীয়া হ’ব, লক্ষ্যত সফল ৷ কৰ্ম্মত উন্নত ফল ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক, সফল হ’ব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.