মেষ ৰাশি : আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ আজি ধাৰণা ভাল হʼব ৷ আপোনাৰ স্থিতি সফল হʼব ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷
বৃষ ৰাশি : পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজত যাব পাৰে । আপুনি কোনো আলোচনাত অংশ ল’ব পাৰে, যি আপোনাৰ ব্যৱসায়ৰ অধিক উন্নতি কৰিব । সামাজিকভাৱে আপুনি বহুত সন্মান পাব । ব্যক্তিগতভাৱে আপুনি বহুত ধন পাব ।
মিথুন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ সপ্তাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হʼব ৷ এই দিনটো নাৰীৰ সৌভাগ্য হʼব ৷ আপোনাৰ সম্পত্তি, ঘৰৰ পৰা লাভ হʼব ৷ প্ৰশংসিত হʼব, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ কৰ্মজীৱনত ভাল হʼব ৷
কৰ্কট ৰাশি : আপুনি আজি বৰ ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰিৰীক আৰু মানসিকভাৱে অস্থিৰ অনুভব কৰিব ৷ আপোনাৰ সংযম হেৰাই যাব আৰু প্ৰিয় সংগীৰ লগতে দ্বন্দ্বত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ গতিকে অলপ সময় অকলশৰে ৰৈ ভাবক, নিজৰ মনক কাবু কৰক আৰু তেওঁৰ লগত অলপ বুজাবুজিলৈ আহক ৷ সৰু-সুৰা অসুখ যেনে মূৰৰ বিষ বা পেট জ্বলা পোৰা আদি সমস্যাত ভুগিব পাৰে ৷ শৰীৰৰ যত্ন লওক, বাহিৰত খোৱা বন্ধ কৰক ৷ খৰচৰ মাত্ৰা বাঢ়িব আৰু ভ্ৰমন বৰ শুভ নহ’ব ৷ আপোনাৰ তলতিয়া কৰ্মচাৰী সকলে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাবধানে থাকক ৷
সিংহ ৰাশি : আজি আপোনাৰ নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷
কন্যা ৰাশি : আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পার্টি হʼব পাৰে ৷ পুত্ৰী-শিশুৰ সফলতাৰ বাবে আনন্দময় দিন হʼব ৷ আপুনি আজি সৎকৰ্মক ভাল কৰিবলৈ পৰিশ্ৰম কৰিব ৷ কর্মত শান্ত হৈ থাকি কৰিব ৷
তুলা ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ আপোনাক নতুন কৰ্মক লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ প্ৰশংসিত হʼব ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা ভাল দিন ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰীৰ ভালে থাকিব ৷ ঘৰুৱা পৰিবেতশ শান্ত থাকিব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক বা ছবি অঁকা , চালচা বা জেঝ নৃত্য শিকিব পাৰে ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ বন্ধুৰ লগত কফি খাবলৈ গৈ পুৰণি কথা মনত পেলাওক ৷
ধনু ৰাশি : দিনটো বৰ সুন্দৰ নহয় ৷ আপুনি কামৰ ক্ষেত্ৰত বিশেষ অসুবিধা পাব ৷ খৰচৰ মাত্ৰা বৃদ্ধিয়ে আপোনাক চিন্তাত পেলাব ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰক ৷ ঘৰুৱা পৰিবেশটো অশান্তিৰ সৃষ্টি হ’ব, আপুনি প্ৰিয় ব্যক্তিসকলৰ পৰা আঘাত পাব পাৰে ৷ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আইনী কাগজত চহী কৰাৰ আগতে দুবাৰ চিন্তা কৰক৷
মকৰ ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ আপোনাৰ কৰ্মত প্রতিযোগিতা হ'ব পাৰে, কিন্তু বিফল হʼব ৷
কুম্ভ ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি ৷ আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব ৷
মীন ৰাশি : যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷ আপুনি ধাৰ্মিক উৎসৱসমূহ উদযাপন কৰিব পাৰে ৷ নতুন বস্তু বা ব্যৱসায় আপুনি উদঘাটন কৰিব ৷