ধনু ৰাশিৰ পদোন্নতিৰ যোগ, তুলা ৰাশিৰ নতুন ব্যৱসায়ৰ পৰিকল্পনা, মেষ ৰাশিয়ে সাৱধানে বাহন চলাব; কি কয় আজিৰ জ্যোতিশাস্ত্ৰই...
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Published : March 11, 2025 at 7:16 AM IST
মেষ ৰাশি : আজি আপুনি সক্ৰিয় অনুভৱ কৰিব ৷ কার্য কৰ্মত মনোযোগ দিব | সৌভাগ্যশালী দিন | সম্পত্তি, ঘৰৰ পৰা লাভ হʼব | কৰ্ম জীৱন ভাল হʼব | ড্ৰাইভ সাৱধানে সুস্থিৰে কৰিব |
বৃষ ৰাশি : প্রিয় দিন হʼব | নাম আৰু সুনাম হʼব | ব্যৱসায় আৰু বন্ধুবৰ্গ,কার্য-ব্যৱসায়ত সফল হʼব | প্ৰশংসা লাভ কৰিব | সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব | বন্ধুবৰ্গৰ লগত আনন্দময় দিন হʼব |
মিথুন ৰাশি : আপুনি কিবা গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব পাৰে | দিনটো প্ৰায় সফল হʼব | আজি আপুনি নিজৰ কর্মত মুক্ত অনুভৱ কৰিব | পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব | আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব | প্ৰশংসা লাভ কৰিব |
কৰ্কট ৰাশি : আজি আপুনি বহুত আৱেগিক হৈ পৰিব পাৰে | সফলতা লাভ হʼব | ধৈৰ্যশীল, সহনশীল হওক | প্ৰায় ভাল দিন হʼব | মনোৰঞ্জনত খৰচ বৃদ্ধি হʼব পাৰে |
সিংহ ৰাশি : সম্পত্তি, ঘৰৰ পৰা লাভ হʼব | ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভ হʼব | সৌভাগ্যশালী দিন | ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব | মনোৰঞ্জনত খৰচ বৃদ্ধি হʼব পাৰে৷
কন্যা ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব | পৰিয়াল, প্ৰেমস্পন্দনৰ লগত পার্টি হʼব পাৰে | প্ৰেমৰ সম্পর্ক ভাল হʼব | সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে, আনন্দময় দিন হʼব |
তুলা ৰাশি : আনন্দময় দিন হʼব | পৰিয়াল, প্ৰেমস্পন্দনৰ লগত সম্পর্ক ভাল হʼব | নতুন ব্যৱসায় আৰু বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, কার্য-ব্যৱসায়ত সফল হʼব | প্ৰেম সম্পর্কত মনোযোগ দিব | বিবাহিতৰ বাবে ভাল দিন | পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে | পৰিয়ালৰ লগত নৈশ আহাৰ আনন্দময় হʼব | আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব |
বৃশ্চিক ৰাশি : আনন্দময় দিন হʼব | জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা মনটোক আঁতৰাই ৰাখক ৷ ভাল দিন ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব | ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব | বিবাহিতৰ বাবে এইটো দিন ভাল | পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে | পৰিয়ালৰ লগত নৈশ আহাৰ আনন্দময় হʼব |
ধনু ৰাশি : প্রিয় দিন হʼব | নাম আৰু সুনাম হʼব ! কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে | আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে | প্রমুখৰ পৰা প্ৰশংসা লাভ হʼব | আপুনি নিজৰ 100% মনোযোগ দিব | সফল হʼব |
মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল পাব | ধৈৰ্যশীল হওক, লাভৱান হ’ব | আপোনাৰ খং-ৰাগৰ কাৰণে কার্ম জীৱনত প্ৰভাৱ পৰিব পাৰে | কর্মত শান্ত হৈ থাকি কাৰ্য কৰিব | কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব | কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব | বন্ধুৰ লগত আৰু প্ৰেমস্পন্দনৰ লগত পার্টি হʼব পাৰে |
কুম্ভ ৰাশি : আপুনি প্রতিযোগিতা কৰিব পাৰে, কর্ম প্রতিযোগিতাত কিন্তু বিফল হʼব | নিজৰ কর্মত মনোযোগ দিব | জীৱনত সুখী হ’ব | কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব |
মীন ৰাশি : সম্পত্তি, ঘৰৰ পৰা লাভ হʼব | আজি ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভ হʼব | সৌভাগ্যশালী দিন | ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব | মনোৰঞ্জনত খৰচ বৃদ্ধি হʼব পাৰে৷

