ETV Bharat / state

শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 4:50 AM IST

5 Min Read

মেষ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব ।

বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে । আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ খৰচ বৃদ্ধি হʼব পাৰে ৷

মিথুন ৰাশি : বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপোনাৰ আজি ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ পার্টি হʼব পাৰে বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত ৷

কৰ্কট ৰাশি : আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু আজি আপুনি বহুত বিষয়ক লৈ চিন্তাত থাকিব পাৰে । আপোনাৰ চিন্তাৰ আচল কাৰণ হ’ব আপোনাৰ বন্ধু বা সন্তান বা দুয়ো একেলগে । কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কথা কোৱাৰ ঢং ঠিক কৰিব । অনাৱশ্যক তৰ্ক এৰাই চলক । সম্ভৱ হ’লে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক । আপোনাৰ মনৰ ওপৰত গ্ৰহৰ প্ৰভাৱ প্ৰতিকূল বাবে এনেকুৱা কোনো কাম নকৰিব, যাৰবাবে আপোনাৰ মানসিক সক্ষমতাৰ সাধাৰণ মানতকৈ অধিক মানৰ প্ৰয়োজন হয় ।

সিংহ ৰাশি : কর্মত ব্যস্ত থকা হʼব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷

কন্যা ৰাশি : আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ কৰ্মত প্রতিযোগিতা কৰিব পাৰে, কিন্তু প্রতিযোগিতাত বিফল হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷

তুলা ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব । কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয় । আপোনাৰ আঁকোৰগোজ স্বভাৱে আপোনাক আৰু আনকো বহুত অসুবিধাত পেলাব । যিয়ে হওক, আৰ্থিকভাৱে আজিৰ দিনটো ভাল, অৱশ্যে তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ।

বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগটো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ উন্নত হ’ব ৷ বৈবাহিক সুখ লাভ কৰিব আৰু অকলশৰীয়াসকলে প্ৰেমী বা বিপৰীত লিংগৰ বন্ধুৰ পৰা ভাল ব্যবহাৰ পাব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব ৷

ধনু ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব ৷

মকৰ ৰাশি : সামাজিক কাম , উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজ্জ্বলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত হঠাৎ লগ হ’ব পাৰিব আৰু এই সময় লাভজনক হ’ব ৷বিবাহ প্ৰাৰ্থীসকলে বিশেষজনক লগ পাব পৰে ৷ ঘৰত পবিত্ৰ অনুষ্ঠানৰ অনুষ্ঠিত হ’ব আৰু বিশেষ দৰকাৰী বস্তু কিনিব পাৰিব ৷ ষ্টকত পইচা লগালে লাভজনক ফল লাভ কৰিব ৷ সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু আপুনি কৰা সকলো কামত আপুনি সফল হ’ব৷

কুম্ভ ৰাশি : গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে এটা ডাঙৰ আশ্চৰ্যচকিত কৰি দিয়া উপহাৰে বাট চায় আছে ৷ সহযোগীসকলৰ পৰা লাভ হ’ব ৷ ডাঙৰসকলৰ আৰ্শীবাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ আপুনি বিচৰাখিনি আপুনি লাভ কৰিব ৷

মীন ৰাশি : এই দিনটোত আপুনি এফালে শান্তি আৰু আনফালে উদ্বিগ্নতা অনুভব কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ কিন্তু পৰিবেশৰ প্ৰভাৱত আপুনি অলপ ভাগৰুৱা অনুভব কৰিব ৷ কিছুমান কাৰণত আপুনি চিন্তাত পৰিব পাৰে আৰু এইকেইদিন বচৰ লগত অলপ দুৰত্ব ৰাখক কাৰণ কোনো অদৰকাৰী কাৰণত আপোনাক মনোকষ্ট দিব পাৰে ৷ শৰীৰৰ ওপৰত চকু ৰাখক, স্বাস্থ্য বেয়া হ’ব পাৰে ৷ সন্তানৰ লগত মুকলিকৈ কথা পাতক আৰু তেওঁলোকৰ ওপৰত থকা বিশ্বাস অটুট ৰাখক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.