- মেষ ৰাশি : দিনটো নিৰোগী হৈ থাকিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ দিনটো প্ৰায় ভাল ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ মন পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে ৷ ভাল বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
- বৃষ ৰাশি : দিনটো কঠিন দিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
- মিথুন ৰাশি : আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ পুৰুষসকলে মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত মন কৰক ৷ পানীৰ পৰা সাৱধান । পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক । মদ্যপান নকৰিব ৷ আজি গোটেই দিনটো কিবা কথাত অত্যধিক চিন্তাত থাকিব ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
- কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ দিনটো ৰোমাঞ্চকৰ হৈ পৰিব । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত । খৰচ বৃদ্ধি ৷
- সিংহ ৰাশি : দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু এক যাত্রা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
- কন্যা ৰাশি : আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায় বা কৰ্মত মনোযোগ দিব ৷ জীৱনত সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
- তুলা ৰাশি : এটা সাধাৰণ দিন ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্ক থকা ব্যক্তিৰ লগত পার্টী হʼব পাৰে ৷
- বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ অধ্যয়নৰ ভাৰ বৃদ্ধি হ’ব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।
- ধনু ৰাশি : পৰিয়ালৰ যত্ন লওক ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷ বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে সুস্থিৰে কৰিব ৷
- মকৰ ৰাশি : প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷
- কুম্ভ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
- মীন ৰাশি : দিনটো শুভ ৷ সপোনবোৰ সফল হোৱৰ দিশত গতি কৰিছে ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু-সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামতো মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময় ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ আপোনাৰ সামাজিক অৱস্থাৰো উন্নতিৰ যোগ আছে ৷
তুলা ৰাশিৰ জাতক-জাতিকাই আজি সতৰ্ক থাকক, মিথুন ৰাশিৰ লোকে পানীৰ পৰা আঁতৰি থাকক...আৰু জানিবলৈ পঢ়ক ৰাশিফল - DAILY HOROSCOPE
জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

ৰাশিফল (ETV Bharat)

Published : April 11, 2025 at 4:25 AM IST
4 Min Read