ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে আপুনি বাৰু জানেনে কেনে যাব আপোনাৰ আজিৰ দিনটো ?

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY PREDICTIONS
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 10, 2025 at 5:01 AM IST

2 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : নিজৰ ব্যৱসায় বা কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । ৰাতিৰ আহাৰ ভাল হʼব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
  2. বৃষ ৰাশি : নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷
  3. মিথুন ৰাশি : কিছু সময়ৰ বাবে অকলে আৰু নিজানত থাকিবলৈ বিচাৰিব । শান্ত বা মধুৰ বাক্যই আপোনাক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাটো আপোনাৰ বাবে ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  4. কৰ্কট ৰাশি : সৌভাগ্য উদয় ৷ লক্ষ্যত প্ৰায় সফল ৷ শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ কর্মৰ মিশ্রিত ফল লাভ ৷
  5. সিংহ ৰাশি : নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ প্ৰশংসা লাভ ৷
  6. কন্যা ৰাশি : দৃঢ় নিশ্চয়তা, নিৰ্দ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় লোৱা উচিত ৷ সফল হʼব ৷ কর্মত মনোযোগ দিব ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব ৷
  7. তুলা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ প্ৰশংসা লাভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷
  8. বৃশ্চিক ৰাশি : খনন কৰি কোনো বহুমূলীয়া ৰত্নমণি পাই তেনেহ’লে তাক সাধাৰণভাৱে নিজৰ জেপত ভৰাই সন্তুষ্ট মনৰে তাৰ পৰা গুচি যাব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্ম-ব্যৱসায় সম্পৰ্কীয় নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷
  9. ধনু ৰাশি : আজি বিপদ হ’ব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  10. মকৰ ৰাশি : দিনটোৰ আৰম্ভণি ভাল ৷ সফল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷
  11. কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ! কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ জীৱনত ভাল বন্ধু লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
  12. মীন ৰাশি : আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব গঢ়ি উঠিব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ ভাগ্য প্ৰায় ভাল ৷